স্বাধীনতা দিৱস উপলক্ষে নাহৰকটীয়া মহাবিদ্যালয়ৰ মটৰচাইকেল ৰেলী সম্পন্ন। স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে আজি নাহৰকটীয়া মহাবিদ্যালয়ৰ প্ৰাংগনৰ পৰা হাতে হাতে তিৰংগা লৈ উলিওৱা হয় এক বিশাল মটৰচাইকেল ৰেলী।