দৰং জিলাৰ লোক নিৰ্মাণ বিভাগৰ দায়িত্ববাহী ঠিকাদাৰৰ লগতে বিভাগীয় বিষয়াৰ সোপাধিলা কামৰ নমুনা । ছিপাঝাৰ ৰাজহচক্ৰৰ অন্তৰ্গত এটা গুৰুত্বপূৰ্ণ পথত ৰাজহ গাঁৱৰ নামৰ বানান ভুল কৰি লগালে ফলক । দুমুনিচকী-কুৰুৱা সংযোগী গড়কাপ্টানী পথৰ দাঁতিত লগোৱা ফলকে এতিয়া সধাৰণ ৰাইজৰ চকু কপালত তুলিছে । উল্লেখ্য যে , নতুনকৈ পকীকৰণৰ কৰি নিৰ্ধাৰিত ঠাইত যিবোৰ ফলক গড়কাপ্তানি বিভাগে লগাইছে তাৰ প্ৰায়বোৰ ফলকতে বানানবোৰ সাংঘাটিকভাৱে ভুল। ইয়াকে লৈ অঞ্চলটোত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন ঠাইৰ লগতে হেটামতোলা আৰু গনেশকুঁৱৰী গাঁৱৰ নাম ইংৰাজীত বিকৃত ৰূপত ফলকত লগোৱাক কেন্দ্ৰ কৰি বিভাগটোৰ বিৰুদ্ধে সৰব হৈ পৰিছে সচেতন ৰাইজ ৷ দায়িত্বৰত ঠিকাদাৰ আৰু বিভাগীয় বিষয়াৰ এনে দায়িত্বহীন কাণ্ডই স্তম্ভিত কৰি তুলিছে সৰ্বসাধাৰণ লোকক ৷ যাৰবাবে অসমীয়া ভাষা ব্যৱহাৰ কৰি শুদ্ধ ৰূপত নাম ফলক লগাব লাগে বুলি দাবী জনাইছে অঞ্চলটোৰ স্থানীয় সচেনত ৰাইজে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Ram Mandir: प्राण प्रतिष्ठा में PM Modi के शामिल होने पर टीएमसी का सवाल, 'कब जनेऊ धारण किया'
Ram Mandir: प्राण प्रतिष्ठा में PM Modi के शामिल होने पर टीएमसी का सवाल, 'कब जनेऊ धारण किया'
Dr Apj Abdul Kalamની આજે પુણ્યતિથિ ; જાણો તેઓના જીવનની 10 જાણી અજાણી વાતો
#drapjabdulkalam #abdulkalam #india સત્ય ન્યૂઝ ગુજરાત રાજ્ય ની Youtube ચેનલને સબસ્ક્રાઈબ કરો અને...
कांग्रेस प्रवक्ता मनीष मेवाड़ा को गुजरात पुलिस ने किया डिटेन लाखों की राशि की धोखाधड़ी का बताया जा रहा है मामला एसपी हनुमान प्रसाद मीणा ने की पुष्टि
बूंदी से बड़ी खबर
कांग्रेस प्रवक्ता मनीष मेवाड़ा को गुजरात पुलिस ने किया डिटेन
गबन...
গুৰুজনাৰ তিৰোভাৱ তিথি: মাজুলীৰ শ্ৰী শ্ৰী আদিএলেঙী সত্ৰত 'ভোজন বেহাৰ' ভাওনা
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে মাজুলীৰ আন সত্ৰ...