চৰাইদেউ জিলাৰ মাহমৰাৰ জংঘল ব্লকত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰ লাল নেহেৰুৰ জন্মদিনৰ লগত সংগতি ৰাখি শিশুদিৱস উদযাপন কৰাহয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰাণ আঞ্চলিক সমিতিৰ সৌজন্যত জংঘল ব্লক শাখা সমিতিৰ উদ্যোগত আয়োজিত এই কাৰ্য্যৰ্সূচীত পুৱাৰ ভাগত পতাকা উত্তোলন শ্বহীদ তৰ্পণৰ পাছতে কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাৰ্যসূচীত সংগঠনটোৰ জিলা উপসভাপতি পল্লৱ শৰ্মা , উপদেষ্টা ৰামচন্দ্ৰ দত্তৰ লগতে জিলা আৰু আঞ্চলিক বিষয়ববীয়া আৰু বহু সংখ্যক।লোক উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা টাই আহোম যুৱ পৰিষদৰ নেতৃত্বৰ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা টাই আহোম যুৱ পৰিষদৰ নেতৃত্বৰ
અમેરિકન તબીબે ક્ષેત્રે ભારતીય તબીબે ડંકો વગાડ્યો
#buletinindia #news
ত্রিপুৰাত বিজেপিৰ সাংগঠনিক সভাত বিধায়ক ড• অমিয় কুমাৰ ভূঞা
ত্ৰিপুৰাৰ দক্ষিণ তিলক জিলাৰ ৩৪নং ৰাজনগৰ মণ্ডলত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক সভাত আজি অংশগ্ৰহণ...
અશોક ગેહલોત નું નિવેદન :-શંકરસિંહ કોંગ્રેસ છોડીને ગયા પાર્ટીને શુ ફર્ક પડ્યો ?ઉલ્ટાનો ફાયદો થયો !! ભાજપને કોંગ્રેસજ ભારે પડશે !
ગુજરાતમાં કોંગ્રેસ ને જીતાડવા આવેલા અશોક ગેહલોતનું કહેવું છે કે ગુજરાત માં કોંગ્રેસની જગ્યા કોઈ...