ভাৰত আৰু অসম চৰকাৰৰ নিৰ্দেশমৰ্মে অহা এক অক্টোবৰৰ পূবা ১০ বজাৰ পৰা অনুষ্ঠিত হব লগা এক তাৰিখ এক ঘন্টা, স্বচ্ছতা হী সেবা এক ঘন্টা শ্ৰমদান কাৰ্য্যসূচী ক লৈ ৰহা পৌৰসভাৰ পৌৰপতি বন্তি হাজৰিকাই সংবাদ মেল আয়োজন কৰি কাৰ্য্যসূচী ৰ বিষয়ে অবগত কৰাৰ লগতে কয় যে ৰহা পৌৰসভাৰ অন্তৰ্গত সমূহ বাৰ্ডত বাৰ্ড কমিছনাৰ ৰ নেতৃত্বত কাৰ্য্যসূচী ৰূপায়ন কৰা হব আৰু কাৰ্য্যসূচী ত জনসাধাৰণৰ লগতে সমূহ দল সংগঠনৰ উপস্থিত থাকিবলৈ আহ্বান জনাই।লগতে পৌৰপতিয়ে জানিব দিয়ে অহা ২ অক্টোবৰ গান্ধী জয়ন্তী ৰ দিনা মোৰ মাটি মোৰ দেশ, অমৃত কলহ কাৰ্য্যসূচী পূবা ১০ বজাত ৰুপায়ন কৰা হব।