সোমবাৰে সমগ্ৰ দেশজুৰি পালন কৰা হ’ব ভাৰতৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস ৷ সম্প্ৰতি স্বাধীনতা দিৱস প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ঢকুৱাখনা মহকুমাত গঢ়ি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ মহকুমাটোত যাতে কোনো উগ্ৰপন্থীয়ে কূটাঘাট মূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে তৎপৰ হৈ পৰিছে ঢকুৱাখনা আৰক্ষী প্ৰশাসন ৷ মহকুমাটোত প্ৰৱেশৰ পূৰ্বে আৰক্ষীয়ে প্ৰতিখন দুচকীয়া - চাৰি চকীয়া যান-বাহনত চলাইছে তালাচী অভিযান ৷ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসটি শান্তিপূৰ্ণ ভাৱে উদযাপনৰ বাবে মহকুমাটোৰ বিভিন্ন স্থানত আৰক্ষীয়ে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শিৱসাগৰ নগৰত ধিঙৰ নাবালিকা ধৰ্ষণ কাণ্ডৰ দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাৱীত প্ৰতিবাদ উজনি অসম সন্মিলিত মুছলিম পৰিষদৰ
শিৱসাগৰ নগৰৰ মাজমজিয়াৰ দৌলমুখ চাৰিআলিত ধিঙৰ নাবালিকা ধৰ্ষণ কাণ্ডৰ প্ৰতিবাদ সাব্যস্ত উজনি অসম...
खनिज विभाग की टीम पर पथराव, दो गार्ड जख्मी, हमलावर मेसनरी स्टोन से भरी दो ट्रैक्टर ट्रॉली को छुड़ा ले गए
बूंदी। जिले के देई थाना क्षेत्र के जेतपुर के तलवास चौराहे पर अवैध मिट्टी खनन की सूचना पर शनिवार...
Telangana: KCR की हुई हिप रिप्लेसमेंट सर्जरी, हैदराबाद अस्पताल ने जारी किया हेल्थ अपडेट; सामने आई पहली तस्वीर
हैदराबाद। तेलंगाना के पूर्व मुख्यमंत्री के. चंद्रशेखर राव गुरुवार को फिसल कर गिर गए थे।...
અમરેલી માં , ચકકરગઢ રોડ , આદર્શ પાનની ગલીમા , ખુલ્લી જગ્યા માં જાહેરમા જુગાર રમતા સાત ઇસમોને રોકડા રૂ .૧૩૩૨૦ / -ના મુદ્દામાલ સાથે પકડી પાડતી અમરેલી રૂરલ પોલીસ સ્ટેશનની ટીમ
શ્રી હિમકર સિંહ , પોલીસ અધિક્ષક , અમરેલી નાઓ દ્વારા અમરેલી જીલ્લામાં દારૂ - જુગારની બદ્દી દુર...
শিৱসাগৰ নগৰৰ দুটা স্থানত IED স্থাপনত জড়িত বিতুল বৰুৱাক লৈ শিৱসাগৰ আৰক্ষীৰ অভিযান।
শিৱসাগৰ নগৰৰ দুটা স্থানত IED স্থাপনত জড়িত বিতুল বৰুৱাক লৈ শিৱসাগৰ আৰক্ষীৰ অভিযান। উপ আৰক্ষী...