📌 উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক সুভাষ দৈমাৰী

📌 বঙাইগাঁৱৰ জিলা পৰিবহন প্ৰাধিকাৰীৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰকৰ অভিযানত গ্ৰেপ্তাৰ