হোজাইৰ বিশেষ এটা অঞ্চলত চোৰৰ দলে মাজনিশা দিয়ে তহল।চোৰৰ দলে মাজনিশা তহল দিয়াৰ দৃশ্য বন্ধী চিচি কেমেৰাত।হয় হোজাইৰ গীতামন্দিৰ অঞ্চলত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰপ।নিশা হলেই চোৰৰ দলে অঞ্চলটোত তহল দি দেৱাল বগাই কেইবাটাও পৰিয়ালৰ ঘৰত চলাইছে লুটপাত।অলপতে অঞ্চলটোৰ চাৰি পাঁচটা ঘৰত একেলেঠাৰিয়ে চুৰে চলাইছে চাফাই অভিযান।ফুলেন ইংতি কাথাৰৰ ঘৰৰ পৰা চুৰে লুটি নিছে প্ৰায় ৩৫ হাজাৰ টকা।শেহতীয়াকৈ অঞ্চলটোত বৃদ্ধি পোৱা চোৰৰ উপদ্ৰপক লৈ নিদ্ৰা হৰিছে অঞ্চলটোৰ লোকসকলৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণত বৃহৎ পৰিমাণৰ গাঞ্জৰ সহ এজনক আটক আৰক্ষীৰ
মৰাণত বৃহৎ পৰিমাণৰ গাঞ্জৰ সহ এজনক আটক আৰক্ষীৰ
બે પક્ષ વચ્ચે ભારે બબાલ, એક કાર્યકર્તા નું મોત 7ઘાયલ.
બે પક્ષ વચ્ચે ભારે બબાલ, ભાજપના એક કાર્યકર્તાનું મોત, 7 ઘાયલ
લોકસભા ચૂંટણીમાં છઠ્ઠા...
સુરેન્દ્રનગર વઢવાણ ઉપાસના સર્કલથી ભક્તિનંદન સર્કલ જવાના રસ્તે 10ફૂટનો ભૂવો પડીયો| Surendranagar News
સુરેન્દ્રનગર વઢવાણ ઉપાસના સર્કલથી ભક્તિનંદન સર્કલ જવાના રસ્તે 10ફૂટનો ભૂવો પડીયો
...
Pakistan: इमरान खान को कोर्ट से मिली बड़ी राहत, आजादी मार्च केस में पूर्व प्रधानमंत्री बरी
इस्लामाबाद। पाकिस्तान के पूर्व प्रधानमंत्री इमरान खान को एक और मामले में राहत मिली है।...