হোজাইৰ বিশেষ এটা অঞ্চলত চোৰৰ দলে মাজনিশা দিয়ে তহল।চোৰৰ দলে মাজনিশা তহল দিয়াৰ দৃশ্য বন্ধী চিচি কেমেৰাত।হয় হোজাইৰ গীতামন্দিৰ অঞ্চলত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰপ।নিশা হলেই চোৰৰ দলে অঞ্চলটোত তহল দি দেৱাল বগাই কেইবাটাও পৰিয়ালৰ ঘৰত চলাইছে লুটপাত।অলপতে অঞ্চলটোৰ চাৰি পাঁচটা ঘৰত একেলেঠাৰিয়ে চুৰে চলাইছে চাফাই অভিযান।ফুলেন ইংতি কাথাৰৰ ঘৰৰ পৰা চুৰে লুটি নিছে প্ৰায় ৩৫ হাজাৰ টকা।শেহতীয়াকৈ অঞ্চলটোত বৃদ্ধি পোৱা চোৰৰ উপদ্ৰপক লৈ নিদ্ৰা হৰিছে অঞ্চলটোৰ লোকসকলৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নুমলীগড়ৰ মৰঙি মৌজাৰ ন ন অঞ্চললৈ সম্প্ৰসাৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ
নুমলীগড়ৰ মৰঙি মৌজাৰ ন ন অঞ্চললৈ সম্প্ৰসাৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ ৷বনৰীয়া হাতীৰ ধাৰাবাহিক উপদ্ৰৱত...
अपनी पाठशाला के बच्चों ने मेले का आनंद लिया, इस पल की ख़ुशी बच्चों की आँखों में देखकर महसूस की गई
न्यू रक्तदान महादान ग्रुप सेवा संस्थान के अध्यक्ष चेतन पाण्डेय ने बताया कि आज दिनांक 25 अक्टूबर...
पाकिस्तान की मस्जिद में धमाका, 32 पुलिसकर्मियों की मौत:करीब 550 नमाजियों के बीच बैठा था फिदायीन हमलावर, 158 घायल
पाकिस्तान के पेशावर शहर में पुलिस लाइन्स में बनी मस्जिद के अंदर धमाका हुआ है। ये फिदायीन हमला...