🔴কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ (চিবিআই)ৰ নতুন সঞ্চালক নিযুক্তি 

🔴বৃহস্পতিবাৰে দায়িত্বভাৰ গ্ৰহণ কৰিলে প্ৰবীণ সুদে। 

🔴নৱ নিযুক্ত সঞ্চালকগৰাকী পূৰ্বে কৰ্ণাটকৰ ডিজিপি পদত অধিস্থিত হৈ আছিল৷ 

#CBI #thevoiceofchariduar #CBIChief #TVC #NewsUpdate