ভাৰতীয় ষ্টেট বেংকৰ কেন্দ্ৰীয় বোৰ্ডৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তথা বৰভাগৰ গৌৰৱ অনন্ত কলিতাৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ বৰভাগকে শোকস্তব্ধ কৰিছে৷উল্লেখ্য যে নলবাৰী জিলাৰ বৰভাগৰ কমাৰকুছিৰ ব্যক্তি হিচাবে অঞ্চলটোৰ প্ৰায়বোৰ অনুষ্ঠানতে জৰিত আছিল৷জীৱিত কালত বৰভাগ অকল অনুষ্ঠান প্ৰতিষ্ঠানে নহয় প্ৰতিটো দল সংগঠনৰ লগত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক স্থাপন কৰি বৰভাগৰ লগতে নলবাৰীৰ ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰিছিল৷আনকি বহুতো লোকক বিভিন্ন ধৰনে সহায় কৰি মানবীয়তাৰ পৰিচয় দিছিল৷আজি তেওঁৰ মৃত্যুত বৰভাগৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠান,দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पेरेंट्स बनने का आपका सपना तोड़ सकती हैं ये 5 समस्याएं, समय रहते कर लें इनकी पहचान
माता-पिता बनना लगभग हर कपल का सपना होता है। यह एक सुखद अहसास है, जो व्यक्ति को व्यक्तित्व को...
સ્ટેરીંગ પરનો કાબૂ ગુમાવતા અકસ્માત...
સ્ટિયરિંગ પરથી કાબૂ ગુમાવતા અકસ્માત: ડીસાના ભોયણ પાસે રીક્ષા પલટી ખાતા અકસ્માત; 5 ઇજાગ્રસ્તોને...
Gautam Duggad's Multibaager Stocks | अगले 3 साल में कौन से Sector का दिखेगा बड़ा कमाल? |Cement Stocks
Gautam Duggad's Multibaager Stocks | अगले 3 साल में कौन से Sector का दिखेगा बड़ा कमाल? |Cement Stocks
सिवाना में भाजपा कार्यकर्ता सम्मेलन आयोजित*
लोकल फॉर वोकल और मतदाता पुनरीक्षण में सक्रिय भागीदारी का किया आह्वान
बालोतरा, 09 नवंबर।...