দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষ্যে নাৰায়ণপুৰ বালিকা মজলীয়া বিদ্যালয়ৰ পৰিচালনা সমিতি , শিক্ষক গোট আৰু ছাত্ৰ ছাত্ৰীৰ উদ্যোগত বিদ্যালয়খনে আজি নাৰায়ণপুৰ নগৰত উলিয়াই সজাগতা ৰেলী ৷ ছাত্ৰ ছাত্ৰীসকলে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ বন্দে মাতৰম আৰু ভাৰত মাতা কী জয় ধ্বনিৰে দেশৰ স্বাধীনতা দিৱস উদ্যাপন কৰিবলৈ সকলোলৈ বাৰ্তা প্ৰেৰণ কৰে ৷ সজাগতা ৰেলীত অংশগ্ৰহণ কৰে নাৰায়ণপুৰ পৌৰসভাৰ পৌৰপতি হৰিশ চন্দক ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધાંગધ્રા ખાતે રાષ્ટ્રીય ખેલ મહોત્સવની ઉજવણી
#buletinindia #gujarat #surendranagar
Arvind Kejrival એ ગુજરાત ના ખેડૂતો માટે ગેરંટી જાહેર કરી
Arvind Kejrival એ ગુજરાત ના ખેડૂતો માટે ગેરંટી જાહેર કરી
ડીસા શહેર ટ્રાફીક પોલીસે વિદ્યાર્થીઓને ટ્રાફિકના નિયમો તથા દંડ અંગે જાણકારી આપી માહીતગાર કરાયા
ડીસા શહેર ટ્રાફીક પોલીસે વિદ્યાર્થીઓને ટ્રાફિકના નિયમો તથા દંડ અંગે જાણકારી આપી માહીતગાર કરાયા
Tawang Enters Guinness Book Of Records By Forming Largest Helmet Sentence
The Tawang district of Arunachal Pradesh has entered the famed 'Guinness Book of World Records'...