মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ এখন গাওঁৰ বাট-পথৰ দুৰৱস্থাই জ্বলা-কলা খোৱাইছে গাওবাসীক।আচৰিত কথাটো হল আদৰ্শ গাও হিচাপে স্বীকৃতি লাভ কৰিছে গাওঁখনে।ইংলেণ্ডৰ প্ৰিন্স উইলিয়ামচ আৰু পত্নীৰ আগমন ঘটিছিল গাওখনলৈ।উত্তৰ পূব কাজিৰঙা গাওঁ পঞ্চায়তৰ অধীনৰ এই গাওখন হৈছে পাণবাৰী আদৰ্শ গাওঁ।কিন্তু নামতহে আদৰ্শ গাওৰ মৰ্যাদা লাভ কৰিছে গাওখনে।বসবাসৰ পাচটা দশকৰ পিছতো গাওখনৰ মূল পথটো পকী নোহোৱাত বাৰিষা যমৰ যন্ত্ৰণা ভূগিবলগীয়া হয় গাওবাসীয়ে।স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাই পথটো নিৰ্মাণ কৰিব বুলি বহুবাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে যদিও আজিলৈ পূৰণ নকৰিলে সেই প্ৰতিশ্ৰুতি।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પોલીસની રહેમ નજર હેઠળ ચાલે છે જુગાર ધામ સાબરમતીમાં
#buletinindia #gujarat #ahmedabad
भाजपा ही वर्तमान और भाजपा ही भविष्य हैं - लाठी
भाजपा ही वर्तमान और भाजपा ही भविष्य हैं - लाठी
हरियाणा विधानसभा चुनाव में मिली सफलता पर जताया...
2024 MG Gloster facelift टेस्टिंग के दौरान फिर आई नजर, जानिए पहले से कितनी बदलेगी ये SUV
MG Gloster के नए स्पाई शॉट्स भी सामने आए हैं और इसके जल्द ही लॉन्च होने की उम्मीद है। फेसलिफ्टेड...
આર્થિક રીતે પછાત વર્ગોના સમૂહ માટે રાજ્ય સરકારની માનવ કલ્યાણ યોજના
આર્થિક રીતે પછાત વર્ગોના સમુહ માટે રાજ્ય સરકારની માનવ કલ્યાણ યોજના
માનવ કલ્યાણ યોજના...