প্ৰধান মন্ত্ৰীৰ মন কী বাত অনুষ্ঠানৰ কাৰণে আটক ধুনীয়াকে সজাই তোলা হৈছে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ। বিভিন্ন ধৰণৰ আলোক সজ্জাৰে সজ্জিত কৰা হৈছে ঐতিহ্য মণ্ডিত ৰংঘৰ। ক্ষোভ প্ৰকাশ কৰিছে জাতীয় সংগঠনে,। ইয়াৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আজিৰংঘৰৰ প্ৰাংগণত সদৌ টাই আহোম ছাত্ৰ সন্থা , জাতীয় সংগ্ৰামী সেনাকে আদি কৰি বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰংঘৰক বিকৃত ৰূপত উপস্থাপন কৰিলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এশ সংখ্যক মন কী বাত কাৰ্য্যসূচী সফল হ'বলৈ নিদিয়াৰ হুংকাৰ জাতীয় সংগঠনৰ। প্ৰধান মন্ত্ৰীৰ মন কী বাত অনুষ্ঠানৰ কাৰণে আটক ধুনীয়াকে সজাই তোলা হৈছে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ। বিভিন্ন ধৰণৰ আলোক সজ্জাৰে সজ্জিত কৰা হৈছে ঐতিহ্য মণ্ডিত ৰংঘৰ। ক্ষোভ প্ৰকাশ কৰিছে জাতীয় সংগঠনে,। ইয়াৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আজিৰংঘৰৰ প্ৰাংগণত সদৌ টাই আহোম ছাত্ৰ সন্থা , জাতীয় সংগ্ৰামী সেনাকে আদি কৰি বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰংঘৰক বিকৃত ৰূপত উপস্থাপন কৰিলে প্ৰধান মনী নৰেন্দ্ৰ মোদীৰ এশসংখ্যক মন কী বাত কাৰ্য্যসূচী সফল হ'বলৈ নিদিয়াৰ হুংকাৰ জাতীয় সংগঠনৰ।
শিৱসাগৰৰ ৰঃঘৰত প্ৰধানমন্ত্ৰীৰ মন।কী বাত কাৰ্যসূচী সফল হ'বলৈ নিদিয়াৰ হুংকাৰ আটাছু,জাতীয় সংগামী সেনা আদি জাতীয় সংগঠনৰ।
