আগন্তুক স্বাধীনতা দিৱসৰ প্ৰাক্ক্ষণত ঢকুৱাখনা আৰক্ষীয়ে নাগৰিক সমাজৰ মাজত শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে আহ্বান জনায়। দেওবাৰে ঢকুৱাখনা আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। বাহিনীৰ সম্পাদক গুণ দাসৰ আহ্বান ক্ৰমে নৰ্মাল স্কুল প্ৰাংগণত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাত সভাপতিত্ব কৰে গাঁওৰক্ষী বাহিনীৰ সভাপতি কৃষ্ণ কমল বৰাই ।থানাৰ অন্তৰ্গত গৰিষ্ঠ সংখ্যক গাঁও ৰক্ষী বাহিনীৰ বিষয়ববীয়া উপস্থিত থকা সভাত ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি ৰায়ে বক্তব্য ৰাখি সমাগত স্বাধীনতা দিৱসৰ আগে পাছে যাতে কোনোধৰণৰ অশান্তিকৰ আৰু আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ প্ৰতি আৰক্ষীৰ সতে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায়।তিনিদীনিয়াকৈ অনুষ্ঠিত হ’ব লগা এই দিৱসটো শান্তি পূৰ্ণ ভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গাঁওৰক্ষী বাহিনী সমূহ অধিক তৎপৰ আৰু সতৰ্ক হোৱাৰ আহ্বান জনায় । সভাত উপস্থিত ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞাই বক্তব্য ৰাখি অনাগত সময়ছোৱাত কোনো অজ্ঞাত কূটাঘাতকাৰীয়ে কূটাঘাত মূলক কাৰ্য যাতে সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি সচেতন হোৱাৰ আহ্বান জনাই বাহিনীক ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આણંદમાં ત્યજી દેવાયેલ મૃત નવજાત શિશુ મળ્યું@live24newsgujarat
આણંદમાં ત્યજી દેવાયેલ મૃત નવજાત શિશુ મળ્યું@live24newsgujarat
मध्य प्रदेश में भीषण सड़क हादसे में 5 लोगों की मौत, बोलेरो और डंपर की भिड़ंत; 3 घायल
बताया जा रहा है कि बोलेरो गाड़ी से कुछ लोग ग्वालियर से लौट रहे थे। वही पीछे से आ रहे एक अनियंत्रित...
BSNL ने खत्म की महंगे रिचार्ज की टेंशन, सिर्फ 91 रुपये में मिलेगी ज्यादा वैलिडिटी
BSNL अपने सस्ते और ज्यादा बेनिफिट वाले रिचार्ज प्लान के लिए पॉपुलर है। सरकारी टेलीकॉम कंपनी के...
মৰাণৰ ৩১৭ নং ৰাংচালি গ্ৰাণ্টৰ এজন লোকৰ বাগিছাৰ এটি।কুঁৱাত মৃত নৱজাতক।উদ্ধাৰ আৰক্ষীৰ তদন্ত।আৰম্ভ।
সভ্য সমাজক লজ্জানত কৰা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মৰাণৰ ৰাংচালিত । ডিব্ৰুগড় জিলাৰ খোৱাং...