যোৱা ৬ আগষ্ঠ তাৰিখ শিৱসাগৰ জিলাৰ ২ নং ধাই আলি লৰা প্ৰাথমিক বিদ্যলয়ত বিশ্ব স্তনপান সপ্তাহ উপলক্ষ্যে এখন বাটৰ নাট অনুষ্ঠিত কৰা হয়।
সভাত সমাজ কল্যান বিষয়া ইন্দ্ৰানী বৰঠাকুৰে মাতৃদুগ্ধ পানৰ উপকাৰীতা স্তনপানৰ উপযুক্ত, মাতৃ দুগ্ধৰ উপকাৰিতা আদিৰ বিষয়ে অতি সুন্দৰভাৱে সভাত উপস্থিত লোকৰ সন্মুখত উপস্থাপন কৰে।