মৰাণত সন্দেহজনক ডকাইতক ৰাইজৰ লপা-থপা। গতালে মৰাণহাট আৰক্ষীক। লগত বান্দৰকেকুৰা আৰু চোকা অস্ত্ৰ উদ্ধাৰ কৰে ৰাইজে। মৰাণহাট আৰক্ষীথানাৰ অন্তৰ্গত মহাৰাজ হোটেলৰ সন্মুখত এই ঘটনা।