গোলাঘাটত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী উদযাপন। গৌৰৱোজ্জল ৭৫ বছৰত ভৰি দিলে গুৱাহাটী উচ্চ ন্যায়ালয়। এই উপলক্ষে আজি গোলাঘাট জিলা ন্যায়াধীশ কাৰ্যালয় চৌহদত উলহ মালহেৰে উদযাপন কৰা হয় মহাৰজত জয়ন্তী। পুৱা বন্তি প্ৰজ্বলন কৰি মহাৰজত জয়ন্তীৰ শুভাৰম্ভ কৰে জিলা সত্ৰ নিয়ায়ধীশ দিব্যজ্যোতি মহন্তই। ইয়াৰ পাছতে বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয়। উক্ত অনুষ্ঠানৰ পাছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গৌৰৱোজ্জল মহাৰজত জয়ন্তীৰ উপলক্ষে গোলাঘাট ন্যায়পালিকাৰ উদ্যোগত এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । জিলা সত্ৰ ন্যায়ধীশ দিব্যজ্যোতি মহন্তই এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি ফ্লেগ অফ কৰে । শোভাযাত্ৰাত ন্যায়াধীশ, অধিবক্তা, আৰু ন্যায়ালয়ৰ বিষয়া কৰ্মচাৰী সকলেও অংশগ্ৰহণ কৰে । মহাৰজত জয়ন্তী উপলক্ষে আন কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয় কৰা হ'ব বুলি উদ্যোগতাই জানিবলৈ দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધ્રાંગધ્રા શહેરમાંથી મોડી રાત્રે 7 જેટલા આકર્ષક તાજીયાનું ભવ્ય જુલૂસ નિકળ્યું
સુરેન્દ્રનગર જિલ્લાના ધ્રાંગધ્રા શહેરમાં મહોરમ પર્વની આસ્થાભેર ઉજવણી કરવામાં આવી હતી. અને ઝુલુસ...
નવા વર્ષ ની અનોખી ઉજવણી
બાય બાય 2022...અને વેલકમ 2023ના વર્ષની ઉત્તમભાઈ નાઈ દ્રારા અનોખી ઉજવણી.
પહેલી જાન્યુઆરીથી...
પાલનપુરમાં સુરતના પી.એસ.આઇ.ને લાંચ લેતાં પોલીસે ઝડપ્યો
બનાસકાંઠા એસીબીની ટીમે સુરત ગોપીપુરા પોલીસ ચોકીના પીએસઆઇને 1 લાખની લાંચ લેતાં ઝડપી લીધો હતો....
Infinix Smart 8: 50MP कैमरा वाला फोन एक नए वेरिएंट में हुआ पेश, 8 हजार रुपये से कम में खरीदें नया Smartphone
एक नया स्मार्टफोन खरीदने का प्लान बना रहे हैं तो ये जानकारी आपके काम की हो सकती है। इनफिनिक्स ने...