নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত বৰনগৰ বানেকুছিৰ নিৱাসী তথা বানেকুছি মিলন উ.মা.বিদ্যালয়ৰ সহ শিক্ষক আজাদ আলী পুত্ৰ ডা: আজিজুৰ ৰহমানে বিদেশী ৰাষ্ট্ৰ ৰাচিয়াৰ OSH STATE UNIVERSITY পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰি নলবাৰী জিলালৈ গৌৰৱ কঢিয়াই আনিবলৈ সক্ষম হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষা S.T johns H.S School Barama পৰা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষাত নলবাৰী শংকৰদেৱ একাডেমীত দুয়োটা পৰীক্ষাত ষ্টাৰ মাৰ্ক লৈ উত্তীৰ্ণ হোৱা আজিজুলে ২০১৬ চনত বিদেশী ৰাষ্ট্ৰ ৰাচিয়ালৈ (ক্ৰিৰ্গীজস্তান) MBBS পঢিৱলৈ যায়। ২০২২ চনৰ জুনত ডক্টৰেট ডিগ্ৰী উত্তীৰ্ণ হৈ ভাৰতলৈ উভতি আহে। 2022 চনৰ ভাৰতৰ মেডিকেল পৰীক্ষা( MCI screening ) পৰীক্ষাত উত্তীৰ্ণ হয়।বৰনগৰ বানেকুছিৰ লৈ গৌৰৱ কঢ়িয়াই আনিলে ডা: আজিজুৰ ৰহমানে: ৰাচিয়াৰ পৰা চিকিৎসক হৈ উভতিল ৰহমান। সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ নলবাৰী জিলা সমিতিৰ লগতে টিহু আঞ্চলিক সমিতিৰ পৰা বানেকুছিৰ নিজ বাসভৱনত উপস্থিত হৈ সম্বৰ্ধনা জনায় আজিজুৰক। উক্ত সম্বৰ্ধনা অনুষ্ঠানত নলবাৰী জিলা সমিতিৰ সভাপতি অফতাৱ আলী ,মেৰাজুল হক সম্পাদক বুবুল আলীৰ লগতে টিহু আঞ্চলিক সমিতিৰ সভাপতি তৌফিক ৰহমান ,আনোৱাৰ হুছেইন ৰ লগতে সম্পাদক তালেব আলী উপস্হিত থাকে।পুত্ৰৰ সাফাল্যক লৈ উৎফুল্লিত পিতৃ মাতৃ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণ ঠেঙাল গাঁও আৰু ঘুগুলনি বৰবামত অবৈধ কাঠফলা মিল জব্দ
খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত মৰাণৰ ঠেঙাল গাঁও আৰু ঘুগুলনি বৰবামত বন...
Nexon, Altroz और Harrier सहित Tata की इन गाड़ियों पर मिल रहा है डिस्काउंट, कम दाम में खरीदने का मौका
फरवरी 2024 में टाटा के कई मॉडल्स पर शानदार ऑफर दिए जा रहे हैं। मिल रहे ऑफर्स में कैश बेनिफिट्स और...
પવિત્ર યાત્રાધામ મોટા ગોપનાથ ખાતે 52 ગજની ધજા ચડાવવામાં આવી
પવિત્ર યાત્રાધામ મોટા ગોપનાથ ખાતે 52 ગજની ધજા ચડાવવામાં આવી
ભૂ માફિયાઓ દ્વારા ભ્રષ્ટ અધિકારીઓ સાથે મિલીભગત કરી નકલી પ્રોપર્ટી કાર્ડ પણ બનાવી લીધા અને મૂળ પ્રોપર્ટી કાર્ડમાં ફેરફાર કરી 400 ગુઠા ઉપરાંતની સરકારી પડતર જમીનનુ પણ બારોબાર વેચાણ કરી દેવામાં આવ્યું .
દાહોદમાં નકલી એન એ હુકમની તપાસમાં સરકારી પડતર જમીનમાં 150 થી વધુ દુકાનોનું બાંધકામ...