কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত ঐতিহাসিক বালিসত্ৰ সৎসংগী চৌহদত আজি প্ৰায় এক কিলোগ্ৰাম মান গো-মাংসৰ টোপোলা উদ্ধাৰ হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷উল্লেখ্য যে একাংশ দুস্কৃতিকাৰীয়ে কিছুদিনৰ পৰা হিন্দু মঠ মন্দিৰ আদিত গো-মাংস থৈ অঞ্চলত সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি কৰাৰ পৰিকল্পনা কৰা পৰিলক্ষিত হৈ আহিছে৷আজি পূনৰাই কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ ঐতিহাসিক বালিসত্ৰ সৎসংগী সত্ৰত গো-মাংস উদ্ধাৰ হোৱাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷অবেশ্যই অঞ্চলটোৰ ৰাইজে গো-মাংসৰ টোপোলাটো প্ৰত্যক্ষ কৰিয়ে স্থানীয় কঞাঁ আৰক্ষী থানাত খৱৰ দিয়ে৷কঞাঁ আৰক্ষীয়ে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ মাংসৰ টোপোলাটো উদ্ধাৰ কৰি ফৰেনছিক লেবৰেটৰীত পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ঘটনাস্থলীত কামৰূপ জিলা প্ৰশাসনৰ লোকো উপস্থিত থাকে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
विद्युत तारेला चिकटून बैल जागीच ठार
गेवराई तालुक्यातील तांदळा येथील घटना
गेवराई :
आपल्या शेतात कपाशीला पाळी...
Telangana should strengthen PM Modi's hands : Chugh
BJP national general secretary Tarun Chugh, who is also the party incharge of Telengana, said...
अशा फुसफुसची पर्वा करत नाही; संजय राउत यांचा निलेश राणेंवर हल्लाबोल
अशा फुसफुसची पर्वा करत नाही; संजय राउत यांचा निलेश राणेंवर हल्लाबोल
ভাৰতীয় জনতা যুৱ মৰ্চা নাৰায়ণপুৰ গ্ৰাম্য মণ্ডলৰ উদ্যোগত তেজ পৰীক্ষা শিবিৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭২ সংখ্যক জন্মদিনৰ উপলক্ষে আজিৰ পৰা অহা ০২ অক্টোবৰলৈকে আৰম্ভ হোৱা...
આજથી વિધાનસભા સત્રનો પ્રારંભ
ગાંધીનગર
આજ થી વિધાનસભા સત્રનો પ્રારંભ
સત્ર ના પ્રારંભે જ *શંકર ચૌધરીની સફાઇ...