বাক্সা জিলাৰ বৰমাস্হিত আগশাৰীৰ অন্যতম ব্যক্তিগত শিক্ষানুষ্ঠান এম্পায়াৰ একাডেমীত আজি আনুষ্ঠানিক ভাবে মুকলি কৰে এম্পায়াৰ মিউজিক এণ্ড ফাইন আৰ্টচ একাডেমী। এম্পায়াৰ কো-অপাৰেটিভ চ'চাইটিৰ উদ্যোগত ছাত্ৰ -ছাত্ৰী সকলৰ বৌদ্ধিক,মানসিক আৰু শাৰীৰিক উৎকৰ্ষ সাধনৰ প্ৰতি লক্ষ্য ৰাখি এই একাডেমী খন মুকলি কৰে । একাডেমী খন শুভ উদ্ধোধন কৰে বিশিষ্টা কন্ঠ শিল্পী সুলেখা বসুমতাৰীয়ে ।উক্ত অনুষ্ঠান টোৰ আৰ ধৰে এম্পায়াৰ একাডেমীৰ পৰিচালক ৰজনী বৰজৌৱাৰীয়ে। সভাত খনত এম্পায়াৰ একাডেমীৰ ছাত্ৰ ছাত্ৰী সকলে নৃত্য প্ৰতিযোগীতাত অংশ গ্ৰহন কৰে।উল্লেখ যে এইবাৰ বৰমাৰ এম্পায়াৰ একাডেমীত নতুনকৈ সংযোগ কৰিছে মিউজিক এণ্ড ফাইন আৰ্ট ।যাক লৈ উৎফুল্লিত বিদ্যালয় খনৰ পৰিচালক ৰজনী বৰজৌৱাৰীৰ লগতে অধ্যক্ষ বিদ্যাসাগৰ ৰামচিয়াৰীয়ে।উক্ত অনুষ্ঠানত বিদ্যালয় খনৰ শিক্ষক শিক্ষয়ত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাবিকা সকল উপস্হিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
RESPECT: Jackie Shroff SALUTE To Every CISE Security Officer And He Stands Back During Pose
RESPECT: Jackie Shroff SALUTE To Every CISE Security Officer And He Stands Back During Pose
টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি তুংগত।
উখল মাখল পৰিবেশ টিংখাং মহাবিদ্যালয়ৰ চৌদিশ । বৃহস্পতি বাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হব...
Breaking News: Munawar Faruqui की जान को खतरा, मिली धमकी, Delhi Police ने बढ़ाई सुरक्षा | Aaj Tak
Breaking News: Munawar Faruqui की जान को खतरा, मिली धमकी, Delhi Police ने बढ़ाई सुरक्षा | Aaj Tak
ડીસામાં વીજ ડીપીમાં આગ લાગતાં લોકોમાં દોડધામ
ડીસામાં તેરમીનાળા વિસ્તારમાં વીજડીપીમાં આગ લાગતા દોડધામ મચી ગઈ હતી. બનાવને પગલે યુજીવીસીએલની ટીમ...
Kolhapur ; कोल्हापूर-रत्नागिरी मार्गावरील खड्डे अखेर सरपंचानीच मुजवले...BPN news network
Kolhapur ; कोल्हापूर-रत्नागिरी मार्गावरील खड्डे अखेर सरपंचानीच मुजवले...BPN news network