কামৰূপ আৰু নলবাৰী জিলাৰ সীমান্তবৰ্তী বৰপূল্লাত থকা মৰোৱা কমলপুৰ গড়কাপ্তানি পথৰ ভগ্ন কালভাৰ্টৰ তলত আজি গধুলী এজন যুৱক বাইক সহ তলত পৰি আঘাটপ্ৰাপ্ত হয়৷জান্নাতুল হুছেইন নামৰ আহত যুৱক জনক ৰাইজে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে৷উল্লেখ্য যে বিগত বৰ্ষৰ জুনমাহত বৰলীয়াৰ মঠাউৰি চিঙি অঞ্চলটোত প্ৰলয়ংকৰী বানপানীৰ সৃষ্টি হৈছিল৷সেই সময়তে উক্ত কালভাৰ্টতো বানে উটুৱাই নিছিল৷তেতিয়াৰে পৰা উক্ত ভগ্ন কালভাৰ্টৰ কাষৰে দিয়া উপপথটোৰে ৰাইজৰ যাতায়ত চলি আছিল যদিও ই যে বিপদজনক সেইটো বাৰম্বাৰ ৰাইজ তথা সংবাদ মাধ্যমে সকিয়াই আহিছে৷তথাপিও লোকনিৰ্মান বিভাগে কোনো গুৰুত্বই নিদিয়াত আজি উক্ত ঘটনাটো সংঘতিত হয়৷সেয়েহে ৰাইজে অনতিপলমে উক্ত কালভাৰ্টটো নিৰ্মাণ কৰাৰ বাবে লোকনিৰ্মান বিভাগ তথা জনপ্ৰতিনিধিক দাবী জনাইছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સી. યુ. શાહ સરકારી પોલિટેકનિક સુરેન્દ્રનગર માં G20 અંતર્ગત થેલેસેમિયા ટેસ્ટ નો કાર્યક્રમ
સી. યુ. શાહ સરકારી પોલિટેકનિક સુરેન્દ્રનગર ખાતે તારીખ 18/04/2023 ના રોજ થેલેસેમિયા ટેસ્ટ નું...
Vivo X100 Series: 4 जनवरी को भारत में लॉन्च होगी वीवो की ये पावरफुल प्रोसेसर से लैस सीरीज, जानें इसकी सभी डिटेल
वीवो 4 जनवरी को भारत में एक शानदार प्रोसेसर से लैस सीरीज को लॉन्च करने वाली है। इस सीरीज के तहत...
ઉમરગામ: સરીગામ જીઆઇડીસી બંધ કંપનીમાં પોલીસનું અચાનક સર્ચ ઓપરેશન હાથ ધરાયુ
ઉમરગામ: સરીગામ જીઆઇડીસી બંધ કંપનીમાં પોલીસનું અચાનક સર્ચ ઓપરેશન હાથ ધરાયુ
परभणीत राष्ट्रवादीला खिंडार, दिनेश परसावत भाजपात दाखल.
परभणीत राष्ट्रवादीला खिंडार, दिनेश परसावत भाजपात दाखल.