খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত মৰাণৰ ঠেঙাল গাঁও আৰু ঘুগুলনি বৰবামত বন বিভাগ আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই দুটাকৈ অবৈধ কাঠফলা মিল জব্দ কৰে । এই অভিযানত বন বিভাগৰ লোকে এটা মেচিনসহ মিল দুটা জব্দ কৰি লৈ আহে । অৱশ্যে এই অভিযানত কোনো লোকক আটক কৰিবলৈ সক্ষম নহ'ল । খোৱাং আঞ্চলিক বন বিভাগৰ লোকে জানিবলৈ দিয়া অনুসৰি খোৱাং অঞ্চলত চলি থকা এনেধৰণৰ বহু কেইটা অবৈধ কাঠফলা মিল পৰ্যায় ক্ৰমে জব্দ কৰা হ'ব ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગુજરાત વિધાનસભા ચૂંટણી પહેલા અરવિંદ કેજરીવાલે આદિવાસીઓને કર્યા 6 વચન, કહ્યું- આદિવાસી સલાહકાર સમિતિ આ સમાજના અધ્યક્ષ રહેશે
ગુજરાત વિધાનસભાની ચૂંટણી માટે આમ આદમી પાર્ટીએ અત્યારથી જ તૈયારીઓ શરૂ કરી દીધી છે. દિલ્હીના...
'मोदी सरकार ने की भारत जोड़ो यात्रा को रोकने की कोशिश', कैलिफोर्निया यूनिवर्सिटी में बोले राहुल गांधी
सैन फ्रांसिस्को, कांग्रेस नेता राहुल गांधी अमेरिका के तीन शहरों की अपनी यात्रा के...
MCN NEWS| अवकाळी पावसाने शेतकऱ्यांच्या चींतेत वाढ!
MCN NEWS| अवकाळी पावसाने शेतकऱ्यांच्या चींतेत वाढ!