দুৰ্য্যোগ প্ৰশমন বিভাগ মৰাণৰ উদ্যোগত নাহৰণিত প্ৰাকৃতিক।দুৰ্য্যোগৰ সন্দৰ্ভত সজাগতা সভা।ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ ৰ অন্তৰ্গত তথা মৰাণ বিধান সভা সমষ্টিৰ নাহৰণি গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত আজি দুৰ্যোগ প্ৰশমন বিভাগ মৰাণৰ উদ্যোগত প্ৰাকৃতিক দুৰ্যোগৰ সন্দৰ্ভত এক।সজাগতা সভা অনুষ্ঠিত হয় উল্লেখনীয় যে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সৰ্ব।সাধাৰণ ৰাইজে কেনেধৰণৰ সজাগতা।অৱলম্বন।কৰিব লাগ।তাৰ প্ৰতি ৰাইজৰ সজাগতা সৃষ্টিৰ বাবে মৰাণৰ দুয্যোগ প্ৰশমন বিভাগৰ উদ্যোগত সজাগতা।সভা অনুষ্ঠিত হয়।উক্ত।সজাগতা সভাত দুৰ্যোগ প্ৰশমন ।বিভাগৰ মৰাণৰ বিষয়-ববীয়া।সকলৰ লগতে পঞ্চায়ত প্ৰতিনিধি।আৰু সৰ্বসাধাৰণ ৰাইজ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Apple iPhone 17 Pro और Pro Max में मिलेगा बड़ा अपग्रेड, 48MP टेलीफोटो कैमरा के साथ मिलेगी 12GB रैम
Apple इन दिनों अपने अपकमिंग iPhone 17 लाइनअप को लॉन्च करने की तैयारी कर रहा है। आईफोन 17 लाइनअप...
ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনৰ সোঁৱৰণত গোৰেশ্বৰত জনসভা,গোৰেশ্বৰৰ ৰাজপথত সমদল বাহিৰ#news #views
ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনৰ সোঁৱৰণত গোৰেশ্বৰত জনসভা,গোৰেশ্বৰৰ ৰাজপথত সমদল বাহিৰ#news #views
दो दिवसीय प्रधानाचार्य सत्रांत वाकपीठ संपन्न
निवाई में दो दिवसीय ब्लॉक स्तरीय प्रधानाचार्य सत्रांत वाकपीठ संगोष्ठी का समापन रानी लक्ष्मीबाई...
बार्शी - ध्यास कोचिंग क्लासचा 'आनंद बाजार' उत्साहात साजरा
बार्शी - ध्यास कोचिंग क्लासचा 'आनंद बाजार' उत्साहात साजरा
মথুৰাপুৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ নতুন ভৱন উদ্বোধন
মথুৰাপুৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ নতুন ভৱন উদ্বোধন।
চৰাইদেউ জিলাৰ সোনাৰি শিক্ষা খণ্ডৰ অন্তৰ্গত...