দেশৰ স্বাধীনতা দিৱসৰ ৭৫ বছৰ পুৰ্ণ উপলক্ষে প্ৰতি ঘৰতে ত্ৰিৰঙ্গা পতাকা উত্তোলন কৰিবলৈ চৰকাৰে আহব্বান জনোৱাৰ সময়তে কংগ্ৰেছৰ উদ্যোগত ত্ৰিৰঙা পতাকা লৈ আজি বেছিমাৰীত স্বাধীনতা গৌৰৱময় যাত্ৰা সজাগতা ৰেলি এটা উলিওৱা হয়। বেছিমাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত বেছিমাৰীৰ পৰা আজি উলিওৱা ত্ৰিৰঙা যাত্ৰাত প্ৰাক্তন বিধায়ক ইলিয়াছ আলীৰ ওপৰিও ৱাহিদা আহমেদ, ৰেকিব উদ্দিন আহমেদ, আমিনুৰ ইছলাম, আতাউৰ ৰহমান লগতে জিলাখনৰ সহস্ৰাধিক কংগ্ৰেছ নেতা কৰ্মী অংশ গ্ৰহণ কৰি অঞ্চলটোৰ প্ৰায় সাত কিমি: পথ পৰিভ্ৰমণ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कांद्याला 40 रुपये भाव द्या:- नाथाभाऊ शेवाळे
शिरुर (तेजस फडके) कांदा नाफेडमार्फत खरेदी करून कांद्याला ४० रुपये प्रति किलो भाव देण्याची मागणी...
মৰাণত সহস্ৰাধিক লোকে আপত যোগদান কৰাক লৈ বিধায়ক চক্ৰধৰ গগৈৰ প্ৰতিক্ৰিয়া
মৰাণত সহস্ৰাধিক লোকে আপত যোগদান কৰাক লৈ বিধায়ক চক্ৰধৰ গগৈৰ প্ৰতিক্ৰিয়া
নিৱনুৱালৈ সুখবৰ; ৰাজ্যত আৰু ১০ হাজাৰ নিবনুৱাই নিযুক্তি পাব
নিৱনুৱালৈ সুখবৰ। ৰাজ্যত আৰু ১০ হাজাৰ নিৱনুৱাই নিযুক্তি পাব।
পবিত্ৰ মাৰ্ঘেৰিটা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব নিযুক্ত
ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...