খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত মৰাণৰ ঠেঙাল গাঁও আৰু ঘুগুলনি বৰবামত বন বিভাগ আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই দুটাকৈ অবৈধ কাঠফলা মিল জব্দ কৰে । এই অভিযানত বন বিভাগৰ লোকে এটা মেচিনসহ মিল দুটা জব্দ কৰি লৈ আহে । অৱশ্যে এই অভিযানত কোনো লোকক আটক কৰিবলৈ সক্ষম নহ'ল । খোৱাং আঞ্চলিক বন বিভাগৰ লোকে জানিবলৈ দিয়া অনুসৰি খোৱাং অঞ্চলত চলি থকা এনেধৰণৰ বহু কেইটা অবৈধ কাঠফলা মিল পৰ্যায় ক্ৰমে জব্দ কৰা হ'ব ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ग्रामीण वीज पुरवठ्याकडे विशेष लक्ष द्या - आ.डॉ.गुट्टे
३३ के.व्ही.फिटरचा लोकार्पण सोहळा संपन्न
गंगाखेड
ग्रामीण भागात वीजेचा लंपडाव नेहमी सुरु असतो. त्यामुळे लोकांमध्ये महावितरण विषयी...
Tomatoes Tricks: गलत तरीके से टमाटर खाने से पड़ सकते हैं लेने के देने, खाते समय रखें इन बातों का ख्याल
टमाटर (Tomatoes) लगभग हर भारतीय व्यंजनों में इस्तेमाल किया जाता है। इसका खट्टा-मीठा स्वाद खाने का...
ડીસામાં થૂંકવા બાબતે મારામારી સર્જાતાં એક યુવક ઘાયલ
ડીસાના વેલુનગરમાં થૂંકવા બાબત જેવી સામાન્ય બાબતમાં ઝઘડો થતાં એક વ્યક્તિને ગંભીર ઇજાઓ થઇ હતી....