শিৱসাগৰত যান বাহনৰ আইন ভংগ কাৰী সকলক দিয়া হ'ব ই চালান। শনিবাৰে শিৱসাগৰত এই কথা প্ৰকাশ কৰে আৰক্ষী অধীক্ষক শুভ্ৰজিত বৰাই।