আজি ইংৰাজী ২৩ ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰৰ সন্মানীয় ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ কেবিনেট।মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে ২০২১-২২ বিত্তীয় বৰ্ষৰ অনিৰ্ধাৰিত পুঁজিৰ অধীনত চৰাইদেউ জিলাৰ মৰাণ নগৰৰ ৬নং ৱাৰ্ডৰ অন্তৰ্গত গুৰুদ্বাৰৰ সমীপত মৰাণ নগৰমণ্ডলৰ নৱনিৰ্মিত হ'বলগীয়া কাৰ্য্যালয়ৰ আধাৰশিলা স্থাপন কৰে। উক্তঅনুষ্ঠানত মৰাণ নগৰ মণ্ডলৰ সভাপতি অমৰদ্বীপ ভাগৱতী ,উপসভাপতি সুনীল ৰয়, মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত , অজন্তবৰুৱা , কুশল দত্ত ৱাৰ্ড আয়ুক্ত সকল, মণ্ডল সমিতিৰ বিষয় ববীয়াকে প্ৰমুখ্য কৰি দলীয় কাৰ্য্যকৰ্তা সকল উপস্থিত আছিল। হোৱা
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मौसम बिगड़ने से फसलों तथा आम को भी भारी नुकसान।
जनपद गाजीपुर में,मौसम बिगड़ने से फसलों तथा आम को भी भारी नुकसान।सूत्रों के मुताबिक जनपद गाजीपुर...
Moody's Outlook On Vedanta Shares | क्यों दी गई इस कंपनी के लिए Negative आउटलुक?निवेशक अब क्या करें?
Moody's Outlook On Vedanta Shares | क्यों दी गई इस कंपनी के लिए Negative आउटलुक?निवेशक अब क्या करें?
ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ, ভৱেশ কলিতাৰ গোচৰ পঞ্জীয়ন নকৰা আৰু বিদ্যুত বিলৰ মাছুল বৃদ্ধি সন্দৰ্ভত অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমানৰ প্ৰতিক্ৰিয়া
ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ প্ৰসংগত পুনৰ সবৰ হৈ উঠিছে অসম জাতীয় পৰিষদ ৷ অসম জাতীয় পৰিষদৰ মুখপাত্ৰ...
20 घंटे से बोरवेल में मासूम: तीन साल की सृष्टि को बचाने की कोशिश जारी, 25 फीट से खिसककर 50 फीट पर अटकी
मध्य प्रदेश के सिहोर के मुगावली गांव में मंगलवार को दोपहर 1:15 बजे ढाई साल की...
ગરબાડા તાલુકાના દેવધા ગામમાંસ્મશાન ના કોતરમાં યુવક યુવતી
ગરબાડા તાલુકાના દેવધા ગામમાંસ્મશાન ના કોતરમાં યુવક યુવતી