ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত মৰাণৰ বীজ পামত অসম চৰকাৰৰ কৃষি বিভাগৰ 72 লাখ টকাৰে কৃষকৰ বাবে জ্ঞান কক্ষ নিৰ্মানৰ শুভাৰম্ভ কৰে বিধায়ক।চক্ৰধৰ গগৈয়ে।জিলা কৃষিবিষয়া
, কৃষি বিভাগৰ কৰ্মচাৰী, সহযোগী সকল আৰু কেইবাগৰাকীও কৃষক তথা সমাজকৰ্মী উপস্হিত থকা অনুষ্ঠানটোত বিধায়ক।চক্ৰধৰ গগৈয়ে কয় যে এই জ্ঞান কক্ষ সম্পূৰ্ণ হৈ উঠিলে কৃষক ৰাইজ উপকৃত হ'ব। সভাত স্থানীয় গণ্য মান্য লোকৰ লগতে বিজেপি কৰ্মী সকল উপস্থিত থাকে ।