চৰাইদেউ জিলাৰ উন্নয়ণ সমিতিৰ ফেব্ৰুৱাৰী মাহৰ বৈঠক খন আজি জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হৈ যায়। সোণাৰীত চৰাইদেউ জিলা আয়ুক্তৰ অধ্যক্ষতাত জিলা উন্নয়ণ সমিতিৰ বৈঠক সম্পন্ন। জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকত চৰকাৰী বিভাগ সমুহৰ জিলাস্তৰৰ মুৰব্বী বিষয়া সকলে অংশ গ্ৰহন কৰে। আজিৰ বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া , অতিৰিক্ত আয়ুক্ত পলাশ ৰাজকুমাৰ আহোম, মহকুমাধিপতি সদৰ সুৱৰ্ণা সোনোৱাল , সহকাৰী আয়ুক্তদ্বয় ভাস্কৰজ্যোতি দাস আৰু অঞ্জনজ্যোতি দলেকে প্ৰমুখ্য কৰি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ಬೆಂಗಳೂರಿನ ಗಾಂಧಿ ಭವನದಲ್ಲಿ ಇಂದು 'ಪ್ರಗತಿ ಚಾರಿಟಬಲ್ ಟ್ರಸ್ಟ್' ವತಿಯಿಂದ ವಿಕಲಚೇತನರಿಗೆ "ವೀಲ್ ಚೇರ್ ವಿತರಣೆ" ಮಾಡಲಾಯಿತು.
December 30, 2023
ಬೆಂಗಳೂರಿನ ಗಾಂಧಿ ಭವನದಲ್ಲಿ 'ಪ್ರಗತಿ ಚಾರಿಟಬಲ್ ಟ್ರಸ್ಟ್' ವತಿಯಿಂದ ಇಂದು ವಿಶ್ವ ವಿಕಲಚೇತನರ...
নাগাৰা নামৰ প্ৰখ্যাত শিল্পী হেমকান্ত ডেকাৰ মৃত্যু
নাগাৰা নামৰ প্ৰখ্যাত শিল্পী হেমকান্ত ডেকাৰ মৃত্যু।
হেমচন্দ্ৰ ডেকাৰ ঘৰ মঙ্গলদৈ...
વિસનગર વિધાનસભા બેઠક પર 1.50 લાખથી વધુ મતદારોએ મતદાન કર્યું, સૌથી વધુ, સૌથી ઓછું મતદાન ક્યાં થયું જાણો
મહેસાણા : વિસનગર વિધાનસભા બેઠક માટે 238 બુથો પર મતદાન યોજાયું હતું. જેમાં વિસનગર વિધાનસભા બેઠક પર...
সীমান্তৰ বিবদমান অঞ্চল পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ
সীমান্তৰ বিবদমান অঞ্চল পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ
चंबल नदी में उफान , केथुदा पुलिया पर पानी , दो जिलों का संपर्क , इटावा - सवाईमाधोपुर मार्ग बंद
खातोली झरेर चंबल नदी की पुलिया पर पानी आने से रास्ता अवरुद्ध यात्री परेशान
इटावा
चंबल नदी की झरेल...