চোৰাং সৰবৰাহৰ অভিনৱ পদ্ধতি।

কন্টেনাৰত ভৰাই সৰবৰাহ কৰা গৰু বাৰপুজীয়াত জব্দ আৰক্ষীৰ। AS21AC1412 নম্বৰৰ বাহন খনৰ কন্টেনাৰত ভৰাই সৰবৰাহ কৰিছিল ৮ তা গৰু।

মৰিগাঁও আৰক্ষীৰ ABI আৰু মিকিৰভেটা আৰক্ষীৰ যৌথ অভিযানত জব্দ গৰুকেইটা।

গৰু কেইটাৰ সৈতে ইকবাল হুছেইন নামৰ এজন ব্যক্তিক আটক আৰক্ষীৰ।

ধৃত ইকবালে মৈৰাবাৰীৰ পৰা গুৱাহাটী অভিমুখে আনিছিল গৰু কেইটা।