নলবাৰী জিলাৰ বৰভাগত কেইজনমান উৎসাহী যুৱকযুৱতীৰ প্ৰচেষ্টাত এটি নতুনকৈ সহায়ৰ হাত শীৰ্ষক সংস্থা গঠন কৰিছে৷আজি স্থানীয় শ্বহীদ ভৱন প্ৰাংগনত এটি কাৰ্য্যালয় মুকলি কৰে৷কাৰ্যালয় মুকলি কৰে নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি নৰেন শৰ্মাই৷ইতিমধ্যে বিভূতি ৰঞ্জন শৰ্মাক সভাপতি আৰু ইমৰান হুছেইনক সম্পাদক হিচাবে লৈ এখন সমিতিও গঠন কৰিছে৷উল্লেখযোগ্য যে বৰভাগ অঞ্চলৰ সকলো সমস্যা সমাধান আৰু আৰ্তজনক সহায় কৰাৰ মূল লক্ষ্যৰে সংস্থাটি গঠন কৰা বুলি জানিব দিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાશિ ચક્ર || જુઓ દુર્ગાપ્રસાદ શાસ્ત્રી સાથે || BULETIN INDIA
#buletinindia #aajkarashifal #aajkapanchang #ahmedabad
ખંભાતમાં માથામાં નારીયેળ મારી દેતાં ત્રણ મહિલાઓ વિરુદ્ધ ફરિયાદ
ખંભાતમાં અગાઉના ઝધડાની રીસ રાખી સાસરીયાઓએ એકને માથામાં નારીયેળ મારી જાનથી મારી નાખવાની ધમકી આપતા...
ভাইৰেল ভিডিঅ : চাওঁক এটা দতাল হাতীয়ে এখন গাড়ীক কেনেদৰে খেদিছে।
ভাইৰেল ভিডিঅ : চাওঁক এটা দতাল হাতীয়ে এখন গাড়ীক কেনেদৰে খেদিছে।
বি দ্ৰ : Facebook Callection
लोकसभा अध्यक्ष ओम बिरला सोमवार को एक दिवसीय प्रवास पर बून्दी आएंगे
दीपावली की राम-राम करेंगे स्पीकर बिरला बून्दी। लोकसभा अध्यक्ष ओम बिरला सोमवार को एक दिवसीय प्रवास...
ભર શિયાળે રાજય માં માવઠું
ભરશિયાળે રાજ્યમાં માવઠાનો માર
8 કલાકમાં રાજ્યના 212 તાલુકામાં માવઠું પડ્યું
તાલાળા...