এইবাৰ পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে আৰক্ষী থানাত হাজিৰ হলগৈ ৱাৰ্ড সদস্যৰ লগতে একাংশ মহিলা। বিধায়ক পৰমানন্দ ৰাজবংশীৰ সমষ্টি ছিপাঝাৰত সংঘটিত হৈছে এই ঘটনা।সমষ্টিটোৰ হাজৰিকাপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী মীৰা ৰাজবংশীৰ সৈতে বাক্ - বিতণ্ডাত লিপ্ত হয় এইসকল মহিলা।কিয়নো দীৰ্ঘদিনে শোচনীয় বাট-পথৰে যাতায়ত কৰা এই সকল মহিলাই এটা পথ মেৰামতি কৰি দিয়াৰ আহ্বান জনাই আহিছিল সভানেত্ৰী গৰাকীক। কিন্তু পথছোৱা মেৰামতি কৰাটো বাদেই, পথছোৱা পৰিদৰ্শনৰ ক্ষেত্ৰতো অমান্তি হোৱাত ক্ষুব্ধ হৈ পৰে মহিলা সকল। ক্ষুব্ধ মহিলাসকলে এইদৰে পঞ্চায়ত সভানেত্ৰী গৰাকীক আগভেটি ধৰি তৰ্কযুদ্ধত লিপ্ত হয়। আনকি পৰৱৰ্ত্তী সময়ত কেতবোৰ বিভিন্ন অভিযোগ উত্থাপন কৰি সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে এই সকল মহিলাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
શ્રી કેશવકાંત હાઇસ્કુલ વેજલપુર ખાતે "રમતોત્સવની ઉજવણી" કરાઈ
કેશવકાંત હાઇસ્કૂલ વેજલપુરના વિશાળ મેદાનમાં રમોત્સવની ઉજવણી કરવામાં આવી.આ રમતોત્સવમાં ધોરણ 9 થી 12...
ડીસામાં ચાલુ બાઇકમાં આગ ભભૂકી ઉઠતાં લોકોમાં દોડધામ
ડીસા શહેરમાં આવેલ ભગવતી સર્કલથી લેખરાજ ચાર રસ્તા વચ્ચે શાકમાર્કેટની આગળ ચાલુ બાઇકમાં આગ ભભૂકી...
#patan l રાધનપુર રોડ પર ન માન્યા માં આવે તેવી અકસ્માત ની ઘટના બની l Divyang News
#patan l રાધનપુર રોડ પર ન માન્યા માં આવે તેવી અકસ્માત ની ઘટના બની l Divyang News
समाधान कांबळे यांना परदेशामध्ये उच्चशिक्षणासाठी एक करोड रुपये स्कॉलरशिप
वाशिम जिल्ह्यातील मालेगाव तालुक्यातील अतिशय ग्रामीण भागातील पांगरी धनकुटे येथील...