নলবাৰী জিলাৰ বৰভাগত কেইজনমান উৎসাহী যুৱকযুৱতীৰ প্ৰচেষ্টাত এটি নতুনকৈ সহায়ৰ হাত শীৰ্ষক সংস্থা গঠন কৰিছে৷আজি স্থানীয় শ্বহীদ ভৱন প্ৰাংগনত এটি কাৰ্য্যালয় মুকলি কৰে৷কাৰ্যালয় মুকলি কৰে নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি নৰেন শৰ্মাই৷ইতিমধ্যে বিভূতি ৰঞ্জন শৰ্মাক সভাপতি আৰু ইমৰান হুছেইনক সম্পাদক হিচাবে লৈ এখন সমিতিও গঠন কৰিছে৷উল্লেখযোগ্য যে বৰভাগ অঞ্চলৰ সকলো সমস্যা সমাধান আৰু আৰ্তজনক সহায় কৰাৰ মূল লক্ষ্যৰে সংস্থাটি গঠন কৰা বুলি জানিব দিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસામાં હાર્ટએટેકથી યુવકનું મોત
ડીસામાં આજે વધુ એક યુવાનનુ હાર્ટ એટેકથી મોત થયું હતુ. 43 વર્ષીય અને ત્રણ સંતાનના પિતાનું આકસ્મિક...
ડીસા માં બાઈક ચોરગેંગ સક્રિય...!
ડીસા માં બાઈક ચોરગેંગ સક્રિય...!
કાગડાઓ અને સાપ વચ્ચેની રસ્તા ઉપર લડાઈ | Estv | The battle between the snake and the crow | snake
કાગડાઓ અને સાપ વચ્ચેની રસ્તા ઉપર લડાઈ | Estv | The battle between the snake and the crow |...
નર્મદા કેનાલમાં ડૂબી જવાથી એકનું મોત
#buletinindia #gujarat #gandhinagar
व्याख्यान सुरु असतानाच लेक विचारमंचावर धावत आली अन...
व्याख्यान सुरु असतानाच लेक विचारमंचावर धावत आली अन...