মহৰীয়াদলত থকা গৰখীয়া মন্দিৰৰ তিনিটাকৈ পুখুৰীত কোনো দুষ্কৃতিকাৰীয়ে বিষ দিয়াৰ অভিযোগ কৰিছে মন্দিৰ কৰ্তৃপক্ষই। শুক্ৰবাৰে ৰাতিপুৱা পুখুৰীকেইটাত বহুতো মাছ মৰি ওপঙি থকা প্ৰত্যক্ষ কৰা হয়। ডেৰ-দুই কিলোগ্ৰাম পৰ্যন্ত ডাঙৰ ৰৌ, ভকুৱা মাছৰ লগতে মিৰিকা আদি মাছকে ধৰি প্ৰায় আঢ়ৈ কুইন্টল মৰা মাছ পানীৰ পৰা উঠাই মাটিত গাঁত খান্দি পুতি থয় মন্দিৰ সমিতিৰ লোকে। সন্দেহ কৰা মতে আগ নিশা দুষ্কৃতিকাৰীয়ে নিশাৰ আন্ধাৰৰ সুযোগ লৈ এনে অপকৰ্ম সংঘটিত কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Khagrabari 2nd time flood affected Suklai River under Udalguri district
Khagrabari 2nd time flood affected suklai river under Udalguri district.
डार्क फिल्म व अवैध नंबर प्लेट के वाहन बनासकांठा एलसीबी एसओजी और ट्रैफिक टीम द्वारा कानूनी कार्रवाई
बनासकांठा एलसीबी एसओजी और ट्रैफिक टीम द्वारा पालनपुर शहर के विभिन्न चौराहों पर डार्क फिल्म...
ગર્ભપાત બાદ તરૂણીના મોતની ચોંકાવનારી ઘટના: ત્રણ ડોક્ટરોની બેદરકારી....!
સુરત શહેરમાં ફરી એકવાર શહેરમાં ચાલતા ગર્ભપાતના વેપલાનો પર્દાફાશ થયો છે. કોઈક યુવક સાથે...
Ghosi By Election Result 2023: SP के Sudhakar Singh की जीत से Congress में खुशी की लहर। INDIA Vs NDA
Ghosi By Election Result 2023: SP के Sudhakar Singh की जीत से Congress में खुशी की लहर। INDIA Vs NDA