মহৰীয়াদলত থকা গৰখীয়া মন্দিৰৰ তিনিটাকৈ পুখুৰীত কোনো দুষ্কৃতিকাৰীয়ে বিষ দিয়াৰ অভিযোগ কৰিছে মন্দিৰ কৰ্তৃপক্ষই। শুক্ৰবাৰে ৰাতিপুৱা পুখুৰীকেইটাত বহুতো মাছ মৰি ওপঙি থকা প্ৰত্যক্ষ কৰা হয়। ডেৰ-দুই কিলোগ্ৰাম পৰ্যন্ত ডাঙৰ ৰৌ, ভকুৱা মাছৰ লগতে মিৰিকা আদি মাছকে ধৰি প্ৰায় আঢ়ৈ কুইন্টল মৰা মাছ পানীৰ পৰা উঠাই মাটিত গাঁত খান্দি পুতি থয় মন্দিৰ সমিতিৰ লোকে। সন্দেহ কৰা মতে আগ নিশা দুষ্কৃতিকাৰীয়ে নিশাৰ আন্ধাৰৰ সুযোগ লৈ এনে অপকৰ্ম সংঘটিত কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जो जीवन में मिला उसके लिए शुक्रिया कीजिए तब आएगी जीवन में संतुष्टता- ब्रह्माकुमारी तुलसी दीदी जी
बूंदी ब्रह्माकुमारीज संस्थान के बूंदी सेवा केंद्र के तत्वावधान में तिरुपति बिहार में स्थित...
इस ब्राउजर का कर रहे हैं इस्तेमाल तो हो जाएं सतर्क, CERT-In ने जारी की सख्त वॉर्निंग
CERT-In ने Microsoft Edge में कई कमजोरियों के बारे में यूजर्स को चेतावनी दी है संस्था ने कहा कि...
જસદણ વીંછીયા રોડ ઉપર ખુલ્લા મેદાન ની અંદર ચાર પોલીસ સ્ટેશનમાં પકડાયેલ વિદેશી દારૂનો જથ્થાનો નાશ કરવામાં આવ્યો
જસદણ વીંછીયા રોડ ઉપર ચાર પોલીસ સ્ટેશનમાં પકડાયેલ વિદેશી દારૂનો જથ્થાનોનાશ કરવામાં આવ્યો
SLUG : KHUMTAI SARPANCH SCAM PUBLIC PROTEST
SLUG : KHUMTAI SARPANCH SCAM PUBLIC PROTEST