বীৰ লাচিত সেনাৰ।প্ৰশাসনিক সচিব শৃংখল চলিহাৰ ফুকন নগৰৰ বাসগৃহ ঘেঁৰাও শিৱসাগৰ আৰক্ষীৰ। উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ বিতৰ্কিত ঠিকাদৰ নিৰ্মল ম'ৰেএগৰাকী জাতীয়তাবাদী যৱ ছাত্ৰ পৰিষদৰ যুৱকক প্ৰহাৰ কৰিছিল। ইয়াৰ পিছতেই প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল সৰ্বত্ৰে।বিভিন্ন দল সংগঠনে দাবী কৰিছিল ঠিকাদাৰ নিৰ্মল ম'ৰেক।ইয়াৰ পিছতে কিন্তু আজি শিৱসাগৰ আৰক্ষীয়ে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিৱ শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিবৰ বাবে বাসগৃহ।ঘেৰাও কৰা কাৰ্য্যক আশ্চৰ্য্য প্ৰকাশ কৰিছে বিভিন্ন জনে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
30 Minute Morning Exercise Routine - Do This Every Day | EMMA Fitness
30 Minute Morning Exercise Routine - Do This Every Day | EMMA Fitness
તળાજાની મણાર નદીમાં ડૂબેલા બાળકને CRPF જવાને જીવનદાન આપ્યું.
તળાજા તાલુકાનાં મણાર ગામમાં મણારી નદી તથા...
Zoom Notes Feature: वर्चुअल मीटिंग में नोट्स बनाना हुआ अब आसान, जूम ने लॉन्च किया नया फीचर
Zoom Notes Feature वीडियो कम्युनिकेशन प्लेटफॉर्म जूम ने यूजर्स के लिए एक नए फीचर का एलान किया है।...
वायनाड में राहत और बचाव कार्य जारी, मृतकों का आंकड़ा 300 के पार
केरल के वायनाड में हुए भूस्खलन के बाद राहत और बचाव कार्यों का आज पांचवां दिन है। अब तक मृतकों का...