মৰাণত খোৱাং আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ সমীপত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত আজিসংঘটিত হোৱা এক পথ দুৰ্ঘটনাত দুজন যুৱক গুৰুতৰ ভাৱে আহত হয়। আহত যুৱক দুজন ক্ৰমে তিলৈৰ কৌশিক ৰাজবংশী(১৮) আৰু হালধিবাৰী বৰ পথাৰৰ ডিম্পল গগৈ।প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ামতে মৰাণৰ দিশৰ পৰা আহি থকা AS04x8131নম্বৰৰ এখন চাৰিচকীয়া বিলাসী বাহনে বন বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখত ঘূৰাবলৈ লওতেই একে দিশৰ পৰা আহি থকাAS06AG 5128নম্বৰৰ মটৰ চাইকেলখনে খুন্দা মাৰে। ফলত মটৰ চাইকেলত অহা আৰোহী দুজন দূৰত চিটিকি পৰি গুৰুতৰ ভাৱে আহত হয়। আহত দুইজনকে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বাহন দুখন জিম্মাত লৈ আৰক্ষী থানালৈ আনে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
20 कोच की वन्दे भारत का 160 किमी प्रति घंटा की रफ़्तार से सफल परीक्षण
कोटा अनुसंधान अभिकल्प मानक संगठन, लखनऊ टीम मंडल के परिचालन विभाग के सहयोग से कोटा मंडल में 20 कोच...
वैशाली में बेटा-बहू बने हैवान! संपत्ति के लालच में कर दी वृद्ध मां की हत्या
वैशाली में दर्दनाक घटना सामने आई है, जहां संपत्ति के लालच में कलयुगी बेटे ने वृद्ध मां की...
বৰঝাৰ বিমানবন্দৰত যাত্ৰীৰ বাবে তিনিখন ইলেকট্ৰনিক বাহন মুকলি
পৰিবেশ ভাৰসাম্য ৰক্ষা আৰু পৰিবেশ সংৰক্ষণৰ লক্ষৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ...
बालों की अनेक समस्याओं का एक घरेलू उपाय | बनाये प्याज़ का तेल आसान तरीके से | DIY Onion Oil at Home |
बालों की अनेक समस्याओं का एक घरेलू उपाय | बनाये प्याज़ का तेल आसान तरीके से | DIY Onion Oil at Home |
ধেমাজি জিলাৰ গোগামুখত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্লব বৰুৱা।
ধেমাজি জিলাৰ গোগামুখত উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্লব বৰুৱা।