ডিব্ৰুগড় জিলাৰ আৰক্ষী চকীৰ অন্তৰ্গত ২নং দীঘলীয়া গাৱৰ নিস্কালম হেমৰম অগস্ত হেমৰম আৰু গোপীমায়া তামাংৰ ঘৰৰ পৰা পানী মটৰ চুৰ কৰি ধৰাপৰা গভাইত চোৰক ৰাইজে ধৰি আৰক্ষীক গটাই দিয়ে।ইকৰাণি গাৱৰ ফনীধৰ বড়াৰ পুত্ৰ অভিজিত বড়াক (২৯) গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰন কৰে। বামুনবাৰী আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়া অৰূপ গায়নে জনোৱা মতে বহুদিনৰ পৰা বিভিন্ন চুৰি কাৰ্য্যত জড়িত অভিজিত বড়াৰ পৰা ৩ টা পানী মটৰৰ লগতে এখন চাইকেল উদ্ধাৰ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নাৰায়ণপুৰৰ সত্ৰ নামঘৰত মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি পালন
মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে...
Rahul Gandhi Raebareli Nomination: राहुल के रायबरेली से चुनाव लड़ने पर क्या बोले BJP candidate?
Rahul Gandhi Raebareli Nomination: राहुल के रायबरेली से चुनाव लड़ने पर क्या बोले BJP candidate?
शिक्षा मंत्री मदन दिलावर ने झाड़ू लगाकर किया श्रमदान, स्वच्छता रखने की दिलाई शपथ
रामगंज मंडी। रामगंज मंडी विधानसभा क्षेत्र की विधायक एवं राजस्थान सरकार के शिक्षा एवं पंचायती राज...
MCN NEWS: वैजापूर पालिकेच्या वतीने पर्यावरण पूरक गणेशोत्सव स्पर्धेचे आयोजन
MCN NEWS: वैजापूर पालिकेच्या वतीने पर्यावरण पूरक गणेशोत्सव स्पर्धेचे आयोजन