ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত মিৰিহোলাত এটাসপ্তাহতেই দুটিকৈ শিশুৰ মৃত্যু হোৱাৰ ঘটনাত দুখ ব্যক্ত কৰি ক্ষতিপুৰণ দিয়াৰডিমৌত আজি দাৱী জনালে সদৌ অসম চাহ জনজাতি ছাত্ৰসন্থাৰ ডিমৌ আঞ্চলিকছাত্ৰ সন্থাৰ সম্পাদকে। উল্লেখযোগ্য যে যোৱা ১৩ জানুৱাৰীত চানি ধানোৱাৰৰ ছয় মহীয়া পুত্ৰ তন্ময় ধানোৱাৰ নামৰ শিশুটিৰ মৃত্যুহোৱাৰ পাছতেই মঙ্গল বাৰে পুনৰৰাজেন মূড়াৰ দেৰমহীয়া পুত্ৰ উজ্বল মৰাণৰ শীতৰ বাবে মৃত্যু হৈছে।আটছা নেতাজনে এই সন্দৰ্ভত অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন মন্ত্ৰী যোগেন মহনক শিলাবৃষ্টিত ক্ষতি হোৱা।আৰু শীতৰ বাবে মৃত্যু হোৱা শিশুৰ পৰিয়ালক এককালীন সাহাৰ্য্য আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Sun Tan Removal: टैनिंग ने छीन लिया है त्वचा का निखार, तो इन नुस्खों से चमक उठेगी रंगत
गर्मी में तपती धूप की वजह से सन टैन की समस्या काफी आम है। इसके कारण त्वचा का रंग सामान्य रंग से...
মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক শক্তি বঢ়াবৰ বাবে যিকোনো ধৰণৰ কাম কৰিব পাৰে বুলি মন্তব্য লুৰিণজ্যোতি গগৈৰ
অসমৰ মাটি, অসমৰ সম্পদ, অসমৰ মানুহক বন্ধকত ৰাখি নিজৰ ৰাজনৈতিক শক্তি বঢ়াবৰ বাবে মুখ্যমন্ত্ৰীয়ে...
જસદણ ના ખડવાવાડી ગામે વાડીમાં મકાનમાં જુગાર રમતા 7 લોકોની ધડપકડ ₹79900 નો મુદ્દામાલ જપ્ત
જસદણ ના ખડવાવાડી ગામે વાડીમાં મકાનમાં જુગાર રમતા 7 લોકોની ધડપકડ ₹79900 નો મુદ્દામાલ જપ્ત =...
તુર્કીની આગાહી કરનાર વૈજ્ઞાનિકનો દાવો,ભારતમાં આવશે મહાભયાનક ભુકંપ.
તુર્કી અને સીરિયામાં સોમવારે ભૂકંપના કારણે ભારે ખાનાખરાબી સર્જાઇ છે અને હજારો લોકોએ પોતાનો જિવ...
आबादी क्षेत्र में फिर नजर आया पैंथर, को देख रूके वाहन चालक
आबादी क्षेत्र में फिर नजर आया पैंथर, को देख रूके वाहन चालक
क्षेत्रवासियों में दहशत, आरवीटीआर की...