নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অসম-অৰুনাচল সীমান্তৱৰ্তী ২নং গৰুবন্ধা ট্ৰামজুলিত অমৃত সৰোবৰ খান্দিবলৈ লোৱা কাৰ্যৰ বিৰোধিতাৰে অঞ্চলটোত তীব্ৰ প্ৰতিবাদ খিলঞ্জীয়া ৰাইজৰ। বিভিন্ন জাতি জনগোষ্ঠীৰ লোক বসবাস কৰা লোক সকলৰ কৃষি ভুমি আৰু একমাত্ৰ খেলপথাৰখনত ভোলাবৰী গাঁও পঞ্চায়তৰ জৰিয়তে খান্দিব বিচাৰিছে এটা অমৃত সৰোবৰ ৷ ল’ৰা ছোৱালীৰ খেলা ধূলা কৰাৰ উপৰি গৰু, ম' হ, ছাগলীৰ একমাত্ৰ চৰণীয়া পথাৰত অমৃত সৰোবৰ নিৰ্মাণ কৰিব বিচৰাৰ বাবে স্থানীয় ৰাইজৰ বিৰোধিতা । খেলপথাৰ খনৰ পৰিৱৰ্তে অসম অৰুণাচল সীমান্তত থকা চৰকাৰী মাটিত পুখুৰী খান্দিবলৈ ৰাইজে জনাইছে আহ্বান । যাৰবাবে আজি ৰাইজ একগোট হৈ নাৰায়ণপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত হৈ চক্ৰ বিষয়াক পুখুৰী নাখান্দিবলৈ আৱেদন দাখিল কৰাৰ পাছত গাঁওখনত উপস্থিত হোৱাত ঠিকাদাৰ আৰু পঞ্চায়ত প্ৰতিনিধিয়ে পুনৰ সৰোবৰ নিৰ্মাণ কৰিব খোজাত ৰাইজে তীব্ৰ প্ৰতিবাদেৰে খেদি পঠিয়াই নিৰ্মাণকাৰীসকলক ৷ কোনো কাৰণত অমৃত সৰোবৰ খান্দিবলৈ নিদিয়াৰ পন লৈছে স্থানীয় ৰাইজে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कुमारी सैलजा को बड़ी जिम्मेदारी देने की तैयारी:कांग्रेस में संगठन महासचिव बन सकती हैं
हरियाणा विधानसभा चुनाव में मिली हार के बाद पूर्व मुख्यमंत्री भूपेंद्र सिंह हुड्डा का कद...
ફાંગણી હાઇસ્કુલમા સ્નેહ મિલન કાર્યક્રમ યોજાયો
પેટલાદ તાલુકાના ફાંગણી ગામે આવેલ હાઈસ્કૂલમાં સ્નેહમિલન કાર્યક્રમનું આયોજન કરવામાં આવ્યું હતું....
Rajkot Gaming Zone Fire: 27 लोगों के साथ राजकोट अग्निकांड में गेम जाेन मालिक भी जिंदा जला | Aaj Tak
Rajkot Gaming Zone Fire: 27 लोगों के साथ राजकोट अग्निकांड में गेम जाेन मालिक भी जिंदा जला | Aaj Tak
हरियाणा के बॉक्सर की दिल्ली में चुनाव लड़ने की तैयारी:पार्टी नेताओं संग दिखे, कांग्रेस में हार के बाद भाजपा में शामिल हो चुके
लोकसभा चुनाव 2024 से पहले कांग्रेस छोड़ भाजपा में शामिल हुए हरियाणा के बॉक्सर विजेंदर सिंह दिल्ली...