টিংখাঙৰ ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত ৰাজগড় চহৰ শাখা প্ৰাথমিক গোট ছাত্ৰ সন্থাৰ বাৰ্ষিক প্ৰতিনিধি সভাখনি ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত সোমবাৰে অনুষ্ঠিত হয়। উক্ত সভাত নৱগঠিত সমিতি খনত সভাপতি হিমাংশু জয়ছোৱাল আৰু সাধাৰণ সম্পাদক অৱিনাশ শইকিয়াকে ধৰি ৫০ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰে। উক্ত সমিতি গঠন কায্যসূচীত ৰাজগড়ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে। লগতে নৱনিৰ্বাচিত সভাপতি সম্পাদকে ধৰি নতুন সমিতিৰ সকলো বিষয়ববীয়ালৈ অভিনন্দন তথা শুভেচ্ছা জনায় ৰাজগড়ৰ আঞ্চলিক ছাত্ৰ সন্থাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণৰ সদৌ আদিবাসী ছাত্ৰ সন্থা (আছা) কেন্দ্ৰীয় সমিতিৰ সংবাদমেল
আছা আৰু আটছাৰ মাজত সংঘাতক লৈ মৰাণ গড়কাপ্তানি পৰিদৰ্শন ভৱনত সংবাদমেল সম্বোধন কৰে আছা কেন্দ্ৰীয়...
ઝારખંડ વિધાનસભા સંકુલમાં પત્રકારો અને માર્શલો વચ્ચે થયું ઘર્ષણ | Jharkhand News
ઝારખંડ વિધાનસભા સંકુલમાં પત્રકારો અને માર્શલો વચ્ચે થયું ઘર્ષણ | Jharkhand News
પાલનપુર નગરે કલ્યાણકારી ચાતુર્માસ અંતર્ગત માતા પિતા છે મહાન એક અદ્ભુત કાર્યક્રમ યોજાયેલ.
પાલનપુર નગરે કલ્યાણકારી ચાતુર્માસ અંતર્ગત માતા પિતા છે મહાન એક અદ્ભુત કાર્યક્રમ યોજાયેલ.
...
ડીસા તાલુકા યુવા મોરચા દ્વારા બ્લડ ડોનેશન કેમ્પ યોજાયો..
ડીસા તાલુકા યુવા મોરચા દ્વારા બ્લડ ડોનેશન કેમ્પ યોજાયો..
રાષ્ટ્રસેવા અને જનહિત ને સર્વોચ્ચ...