নলবাৰী জিলাৰ পূৱপ্ৰান্তৰ বৰলীয়া নৈৰ পাৰত অৱস্থিত শ্ৰীশ্ৰী গৰখীয়া থান,বাহাৰঘাটৰ ৪৪ সংখ্যাক বাৰ্ষিক উৎসৱ অহা ১৬ জানুৱাৰীত দিনজোৰা কাৰ্য্যসূচীৰে উদযাপন কৰাৰ আয়োজন কৰিছে৷তদুপলক্ষে সেইদিনা পূৱা থান পৰিচালনা সমিতিৰ সভাপতি অনিল চন্দ্ৰ তালুকদাৰে শ্ৰীশ্ৰী গৰখীয়া থানৰ পতাকা উত্তোলন,সমাজকৰ্মী ৰজত চন্দ্ৰ শৰ্মাই গছপুলি ৰোপণ,পূজা আৰম্ভ,বাৰ গোপাল বৰণ,বৰণ কৰিব দীজেন লহকৰে,দিনৰ ১২-০০ বজাত পুস্পাঞ্জলি,১২-৩০ বজাত আমন্ত্ৰিত পাঠক মন্টু দাস আৰু মন্টু ডেকাৰ নাগাৰা নাম প্ৰদৰ্শন,দুপৰীয়া ভোগ বিতৰণ,সন্ধিয়া বন্তি প্ৰজ্বলন,প্ৰজ্বলক নৱদত্ত লহকৰ,টোপধ্বনি প্ৰজ্বলন,প্ৰজ্বলক প্ৰভাত চন্দ্ৰ কলিতা,নিশা ৰাজহুৱা প্ৰষাদ বিতৰণ৷সমূহ ধৰ্মপ্ৰাণ ৰাইজৰে সহায় সহযোগ বিছাৰিছে উৎসৱ উদযাপন সমিতিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વડોદરા જેતલપુર વિસ્તારમાં મહાનગરપાલિકાના મેયરશ્રી ના હસ્તે પેવર બ્લોક નાખવાનું ખાતમુહૂર્ત કરાયો
October 2, 2022 આજ રોજ વોર્ડ નં ૮ ના જેતલપુર હરિજનવાસમાં વડોદરા ના માનનીય મેયર શ્રી કેયુરભાઈ...
ডবকাত ধোৱাচাঙত ৰাষ্ট্ৰীয় জল জীৱন আচনি
ডবকাত ধোৱাচাঙত ৰাষ্ট্ৰীয় জল জীৱন আচনি ৷ ডবকাৰ আকাশীগংগা গাওঁ পঞ্চায়তৰ ভেৰনী কাৰমগাৱত এটুপি...
আজাদীকা অমৃত মহোৎসৱ উপলক্ষে জয়পুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত স্বাধীনতাৰ গৌৰৱময় যাত্ৰা।
স্বাধীনতাৰ ৭৫ সংখ্যক দিৱস উপলক্ষে জয়পুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত নাহৰকটীয়াত স্বাধীনতাৰ...
Robin Uthappa reacts to 'receiving hate' for CSK-KKR saga, Irfan Pathan comes up with a solution
Cricketers getting subjected to online heat is nothing new. Days after social media trolls...