নলবাৰী জিলাৰ পূৱপ্ৰান্তৰ বৰলীয়া নৈৰ পাৰত অৱস্থিত শ্ৰীশ্ৰী গৰখীয়া থান,বাহাৰঘাটৰ ৪৪ সংখ্যাক বাৰ্ষিক উৎসৱ অহা ১৬ জানুৱাৰীত দিনজোৰা কাৰ্য্যসূচীৰে উদযাপন কৰাৰ আয়োজন কৰিছে৷তদুপলক্ষে সেইদিনা পূৱা থান পৰিচালনা সমিতিৰ সভাপতি অনিল চন্দ্ৰ তালুকদাৰে শ্ৰীশ্ৰী গৰখীয়া থানৰ পতাকা উত্তোলন,সমাজকৰ্মী ৰজত চন্দ্ৰ শৰ্মাই গছপুলি ৰোপণ,পূজা আৰম্ভ,বাৰ গোপাল বৰণ,বৰণ কৰিব দীজেন লহকৰে,দিনৰ ১২-০০ বজাত পুস্পাঞ্জলি,১২-৩০ বজাত আমন্ত্ৰিত পাঠক মন্টু দাস আৰু মন্টু ডেকাৰ নাগাৰা নাম প্ৰদৰ্শন,দুপৰীয়া ভোগ বিতৰণ,সন্ধিয়া বন্তি প্ৰজ্বলন,প্ৰজ্বলক নৱদত্ত লহকৰ,টোপধ্বনি প্ৰজ্বলন,প্ৰজ্বলক প্ৰভাত চন্দ্ৰ কলিতা,নিশা ৰাজহুৱা প্ৰষাদ বিতৰণ৷সমূহ ধৰ্মপ্ৰাণ ৰাইজৰে সহায় সহযোগ বিছাৰিছে উৎসৱ উদযাপন সমিতিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণ ঝলমত পথ দুৰ্ঘটনাত তিনিজন লোক আহত
মৰাণ ঝলমত পথ দুৰ্ঘটনাত তিনিজন লোক আহত
মাহমৰাত শূন্য হোৱাৰ দিশে কংগ্ৰেছ : মন্ত্ৰী যোগেন মহন
মাহমৰাত শূন্য হোৱাৰ দিশে কংগ্ৰেছ : মন্ত্ৰী যোগেন মহন
Jammu Kashmir में ठंड के दौरान नाश्ते में Harissa Special Dish की क्यों बढ़ जाती है मांग ? | Aaj Tak
Jammu Kashmir में ठंड के दौरान नाश्ते में Harissa Special Dish की क्यों बढ़ जाती है मांग ? | Aaj Tak