শিৱসাগৰ বিশ্ব বিদ্যালয় হিচাবে প্ৰথমখনপতাকা উত্তোলন উপাচাৰ্য্য ড°জিতেন হাজৰিকাৰ। বৃহস্পতিবাৰে নৱনিযুক্ত ভাৰপ্ৰাপ্ত উপাচাৰ্য্য ড°জিতেন হাজৰিকাই উত্তোলন কৰে শিৱসাগৰ বিশ্ব বিদ্যালয়ৰ প্ৰথমখন পতাকা।শিৱসাগৰ কলেজ জয়সাগৰে বিশ্ব বিদ্যালয়ৰ স্বী কৃতি লাভ কৰিছিল ২০২৩ বৰ্ষতেই। এগৰাকী উপাচাৰ্য্যৰ অবিহনে সম্পূৰ্ণ হোৱা নাছিল বিশ্ব বিদ্যালয়ৰ স্বীকৃতি।অৱশেষত শিৱসাগৰ বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য্য হিচাবে দায়িত্ব ভাৰ গ্ৰহন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° জিতেন হাজৰিকাৰ। নৱ নিযুক্ত ভাৰপ্ৰাপ্ত উপাচাৰ্য্য গৰাকীক উষ্ম আদৰণি শিৱসাগৰ বিশ্ব বিদ্যালয়ৰ। তদুপৰি সদৌ অসম টাই আহোম ছাত্ৰ সন্থা , সদৌঅসম ছাত্ৰসন্থাকে আদি কৰি অৰ্ধশতাধিকৰ আদৰণি নৱনিযুক্ত উপাচাৰ্য্যগৰাকীক ।
শিৱসাগৰ বিশ্ব বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য্যৰ দায়িত্ব লৈ ড°জিতেন হাজৰিকাৰ উত্তোলন প্ৰথমখন শিৱসাগৰ বিশ্ব বিদ্যালয়ৰ পতাকা।
![](https://storage.googleapis.com/nerity.com/uploads/updates/photos/2024/08/nerity_90b0c109354ebe7d48cff495f9171523.jpg)