ঢকুৱাখনা নগৰ স্থিত এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী মুলাৰাম থুৰিমলা ভৱনৰ স্বত্বাধিকাৰী বৰুৱাটিকা গাঁও নিবাসী বিশিষ্ট নাগৰিক যোগেন দত্তৰ দেওবাৰে নিশা প্ৰায় ২ বাজি ৩ বজাত পৰলোক প্ৰাপ্তি ঘটে ৷ সুদীর্ঘ কাল ধৰি ঢকুৱাখনাৰ সমাজ জীৱনৰ সতে জড়িত হৈ বাৰ্ধক্যজনিত কাৰণত স্ব গৃহত স্বাভাবিক ভাৱেই দিন অতিবাহিত কৰা দত্তই যোৱা নিশা সামান্য বিষ অনুভৱ কৰে । আত্মীয়ই চিকিৎসালয়লৈ নিয়াৰ পূৰ্বে দত্তই শেষ নিশ্বাস ত্যাগ কৰে । আকস্মিক মৃত্যুক সাৱটি লোৱা প্ৰবীণ সমাজকৰ্মী গৰাকীৰ মৃত্যুৰ খবৰ পাই অগণন শুভাকাংক্ষীৰ আগমন ঘটে দত্তৰ বাস গৃহলৈ । ইপিনে পুৱা দত্তৰ নশ্বৰ দেহ ঢকুৱাখনা নগৰ স্থিত মূলাৰাম থুৰিমলা ভৱনলৈ নিয়াৰ পাছত নিজৰ ব্যৱসায়িক থলীত ব্যৱসায়ী সকলে দত্ত দেৱৰ অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতেই ৰাজহুৱা শ্মশানলৈ নি অন্তিম সৎকাৰ কৰা হয় । ৮৬ বছৰীয়া প্ৰবিন ব্যৱসায়ী গৰাকীয়ে মৃত্যুৰ সময়ত পত্নী, পুত্ৰ ,তিনি গৰাকী কন্যা সহ অজস্ৰ গুণ মুগ্ধক ইস সংসাৰত এৰি গৈছে দত্তই । ইপিনে দত্তৰ বিয়োগত বহু সংখ্যক অনুষ্ঠান সংগঠনে গভীৰ শোক প্ৰকাশ কৰি দত বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
VIDEO: ચાલતી ટ્રેનમાં ચડતી વખતે વૃદ્ધ મહિલા અને તેનો પુત્ર લપસી પડ્યા, પછી RPF સ્ટાફે સુપર વુમન બનીને બચાવ્યો જીવ
રેલવે સ્ટેશન પર અવારનવાર નાની મોટી ઘટનાઓ બનતી રહે છે. ઘણી વખત આ ઘટનાઓમાં આરપીએફ સ્ટાફની બહાદુરીના...
'आप हमें जो चाहें बुलाएं, लेकिन हम INDIA हैं', PM मोदी के बयान पर राहुल गांधी का पलटवार
नई दिल्ली, पीएम मोदी ने विपक्षी दलों के गठबंधन का 'INDIA' नाम रखने पर हमला बोला।...
BJP Candidate Dilip Saikia is weeping at night fearing for defeat ... BPF will win sure
BJP Candidate Dilip Saikia is weeping at night fearing for defeat ... BPF will win sure
विमा कंपन्यांनी शेतकऱ्यांना अग्रीम बोनस द्यावा गंगा भीषण थावरे
विमा कंपन्यांनी शेतकऱ्यांना अग्रीम बोनस द्यावा गंगा भीषण थावरे