অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম নাৰায়ণপুৰ অধিৱেশন উপলক্ষ্যে নাৰায়ণপুৰৰ বাট পথ উন্নয়ণৰ বাবে কাৰ্যত আজিৰে পৰা অসম চৰকাৰৰ লোকনিৰ্মাণ পথ বিভাগে হাতত লৈছে কাৰ্যব্যৱস্থা ৷ আজি বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাই দহটাকৈ পথৰ আধাৰশিলা কৰে ৷ তাৰোপৰি বৰখামতি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰৰ আনুসাংগিক কাম তথা অস্থায়ী পথ , অধিৱেশনস্থলী উন্নয়ণ আৰু হেলিপেড নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হয় ৷ অধিৱেশনখনৰ লাইখুঁটা স্থাপন অনুষ্ঠানলৈ আহি অসম চৰকাৰে অধিৱেশনৰ তত্ববধায়কৰ দায়িত্ব দিয়া মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই লখিমপুৰ জিলা উপায়ুক্ত আৰু লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাক সকলো কাম পূৰ্ন গতিত কৰি অহা ১৫ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা বুলি আদৰণি সমিতিৰ সভাপতি অমিয় কুমাৰ ভূঞাই জানিবলৈ দিয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દાતા વિધાનસભાના ધારાસભ્ય કાંતિભાઈ ખારાડી પહોંચ્યા ઘટના સ્થળે
*આજે સવારે દાંતા તાલુકના સુલતાનપુરા(ખંઢોરઉંબરી પાસેના ગામના લોકો મજૂરી અર્થે પાલનપુર બાજુ સવારે...
जबलपुर केमिस्ट एंड ड्रगिस्ट एसोसिएशन द्वारा पुलिस सम्मान समारोह का आयोजन
जबलपुर केमिस्ट एंड ड्रगिस्ट एसोसिएशन द्वारा पुलिस सम्मान समारोह का आयोजन
पुलिस विभाग एवं...
ડીસા તાલુકામાં ચાર નવા સબ સ્ટેશન બનશે, 20થી વધુ ફીડર લોડ ડાયવર્ટ થતાં હજારો ગ્રાહકોને ફાયદો થશે
ડીસા તાલુકાના ચાર ગામોમાં નવા ચાર સબસ્ટેશન બનશે, વર્ષો પહેલા મંજૂર થયેલ સબસ્ટેશનનું કામ જમીન...
પાવીજેતપુરમાં મોહસીને આઝમ મિશન દ્વારા તેજસ્વી તારલાઓનું ભવ્ય સન્માન કરાયું
પાવીજેતપુરમાં મોહસીને આઝમ મિશન દ્વારા તેજસ્વી તારલાઓનું ભવ્ય સન્માન કરાયું
...