গহপুৰ মহকুমা প্ৰশাসনৰ নিজা উদ্যােগত "সমৃদ্ধি প্ৰকল্প"ৰ জৰিয়তে গহপুৰ মহকুমাৰ বিভিন্ন বিদ্যালয় সমূহত গৰমৰ বন্ধৰ সময়ছোৱাত শিক্ষাৰ্থীক পাঠদান। সমৃদ্ধি প্ৰকল্প-আমাৰ বিদ্যালয় আমাৰ গৌৰৱ বানী আগত ৰাখি বিদ্যালয় সমূহত শিক্ষক সকলে গৰমৰ বন্ধৰ সময়ছোৱাত কৰিছে পাঠদান।গুনগত শিক্ষা,শূণ্য অপচয়,প্ৰত্যেক বিদ্যালয় আৰ্দশ বিদ্যালয় হিচাপে গঢ়ি তোলাৰ উদ্যেশ্যৰে এই ব্যৱস্থা হাতত লৈছে গহপুৰ মহকুমা প্ৰশাসনে।গহপুৰ টলটলী প্ৰাথমিক বিদ্যালয়টো এই সমৃদ্ধি প্ৰকল্পৰ জৰিয়তে সপ্তাহটোত দুদিনকৈ চলিছে পাঠ দান কাৰ্যসূচী। এই সমৃদ্ধি প্ৰকল্পই ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસામાં સૌથી વધુ વાવાઝોડાએ સમૌ નાના ગામમાં તબાહી સર્જી છે. 50 થી વધુ ઘરની દીવાલ અને છત ધરાશયી
ડીસામાં સૌથી વધુ વાવાઝોડાએ સમૌ નાના ગામમાં તબાહી સર્જી છે. 50 થી વધુ ઘરની દીવાલ અને છત ધરાશયી
Royal Enfield Bullet 350: पहले से और भी दमदार हुई रॉयल एनफील्ड की ये बाइक, फोटो से समझें नए फीचर्स
Royal Enfield Bullet 350 को J-सीरीज प्लेटफॉर्म मिलता है। जिसके कारण ये काफी दमदार है। आज हम आपको...
पड़ोसी मुल्क ने TikTok से हटाया बैन, फैसले के पीछे का बताया कारण
TikTok ban lifted सोशल मीडिया एप टिकटॉक पर कई देश पाबंदी लगा चुके हैं। अमेरिका से लेकर भारत...