বিশ্বনাথত পুনৰ ধৰ্মীয় অনুষ্ঠানত সংঘটিত হল চুৰি কাণ্ড।চোৰে চাফাই অভিযান চলালে বিশ্বনাথৰ ফলফলিস্থিত শনি মন্দিৰত।আজি পুৱা পোহৰলৈ আহে এই ঘটনা।উল্লেখ্য যে যোৱা নিশা বিশ্বনাথৰ ফলফলিস্থিত শনি মন্দিৰৰ মূল মন্দিৰৰ তলা ভাঙিবলৈ চেষ্টা কৰে যদিও বিফল হয়।যাৰ বাবে চোৰে মন্দিৰৰ গুডাম ঘৰৰ পকাৰ ভেন্টিলেচন ভাঙি লৈ যায় চিচি টিভিৰ মনিটৰৰ লগতে ডি.ভি.আৰ।ইতিমধ্যে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ দল উপস্হিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।আনহাতে চোৰে মন্দিৰত চুৰি কৰাৰ পূৰ্বে চাকি বন্তিও জ্বলাইছিল
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કર્ણાટકમાં આઘાતજનક માર્ગ અકસ્માત, 9ના મોત; ઘણા લોકો ઘાયલ
હૃદયદ્રાવક ઘટના બેંગલુરુથી લગભગ 70 કિમી દૂર તુમાકુરુ પાસે બની હતી. ગુરુવારે વહેલી સવારે એક ભયાનક...
પાલનપુરના ચંડીસર નજીક ટ્રકમાં કતલખાને લઇ જવાતાં પશુઓને બચાવ્યા
પાલનપુર તાલુકાના ચંડીસર પુલ પરથી જીવદયાપ્રેમીઓએ 17 પશુઓ ભરેલ ટ્રક ઝડપી તમામ પશુઓને ડીસાની કાંટ...
গৌৰৱ গগৈয়ে প্ৰদান কৰা অক্সিজেন ছিলিণ্ডাৰ আজি গ্ৰহণ নকৰিলে জিলা প্ৰশাসনে
গৌৰৱ গগৈ প্ৰদান কৰা অক্সিজেন ছিলিণ্ডাৰ আজি গ্ৰহণ নকৰিলে জিলা প্ৰশাসনে ।।
लांजा नजिक रेल्वे ट्रॅकवर दरड कोसळली; वाहतूक सुरू मात्र गाड्या उशिराने
लांजा : दोन दिवस सतत कोसळणाऱ्या मुसळधार पावसामुळे आज कोकण रेल्वे मार्गावर लांजानजीक आडवली स्टेशन...