গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত জিলা প্ৰশাসন, সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা আৰু ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ মাজত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ এখন সভা অনুষ্ঠিত হয় । সভাত অতিৰিক্ত উপায়ুক্তদ্বয় পল্লৱী গগৈ আৰু চুলতানা আখটাৰা আহমেদ, ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেড আৰু সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিষয়ববীয়াসকল আৰু ভালেসংখ্যক লোক উপস্থিত আছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कॉमनवेल्थ फेन्सिंग चॅम्पियनशीपमधील विजेत्यांचे जिल्हाधिकारी सुनील चव्हाण यांच्याकडून अभिनंदन*
औरंगाबाद (आप्पासाहेब गोरे) : कॉमनवेल्थ फेन्सिंग चॅम्पियनशिपमध्ये औरंगाबादच्या कशीश भरड,...
दूसरी तिमाही में स्मार्टफोन बिक्री में एंड्राइड का रहा बोलबाला, Xiaomi और OnePlus के साथ Samsung रहा सबसे आगे
इस साल की दूसरी तिमाही में स्मार्टफोन मार्केट में एंड्रॉइड आगे रहा। जहां सैमसंग 17.2 प्रतिशत...
સ્પામ કોલ ઓટોમેટીક બ્લોક થઈ જશે, Truecaller લાવી રહ્યું છે ફીચર, નવી એપ લોન્ચ
Truecaller એ iOS ડિવાઇસ માટે એક નવી એપ લોન્ચ કરી છે. સમગ્ર વિશ્વમાં મોટી સંખ્યામાં લોકો...