ত্ৰিশখন বিচনাযুক্ত দৰঙৰ খাৰুপেটীয়া প্ৰাথমিক তথা সামূহিক স্বাস্থ্য কেন্দ্ৰটো দলগাওঁ সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানৰ তৎপৰতাত ৫০ খন বিচনাযুক্তলৈ উন্নীতকৰন কৰে চৰকাৰে৷ দিনে দিনে ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাত বিছনাৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হয়। শনিবাৰে স্বাস্থ্য কেন্দ্ৰটোত নতুনকৈ সংযোগ কৰা ২০খন বিচনাযুক্ত বিল্ডিঙৰ কামৰ আধাৰশিলা স্থাপন কৰে দলগাওঁ সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে। আধাৰশিলা স্থাপন কৰি বিধায়ক গৰাকীয়ে দলগাওঁ সমষ্টিৰ সৰ্বাঙ্গীন উন্নয়ন হকে কাম কৰাৰ কথা উল্লেখ কৰি কয় - স্বাস্থ্য কেন্দ্ৰটো পৰিষ্কাৰ পৰিছন্নতা আদি আগতকৈ বহু উন্নত হৈছে। স্বাস্থ্য কেন্দ্ৰটোত যন্ত্ৰ পাতি আদিৰ অভাৱ সমূহ পৰ্যায় ক্ৰমে পূৰণৰ ব্যৱস্থা কৰা হব। ২৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান হবলগীয়া বিল্ডিঙৰ কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানটিত বিধায়ক গৰাকীৰ লগত উপস্থিত থাকে স্বাস্থ্য কেন্দ্ৰটোৰ বিষয়া কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণত ৩২ সংখ্যক ডিব্ৰুগড় জিলা লৌহ ক্ৰীড়া আৰু শৰীৰ চৰ্চাৰ প্ৰতিযোগিতা
মৰাণত ৩২ সংখ্যক ডিব্ৰুগড় জিলা লৌহ ক্ৰীড়া আৰু শৰীৰ চৰ্চাৰ প্ৰতিযোগিতা
৫ বছৰে বন্ধ মৰঙীৰ বগীঢলা চাহ বাগিচা:হাহাকাৰ শ্ৰমিকৰ।নায্য প্ৰাপ্তিৰ দাবীত আটছাৰ প্ৰতিবাদ।
৫ বছৰে বন্ধ মৰঙীৰ বগীঢলা চাহ বাগিচা:হাহাকাৰ শ্ৰমিকৰ।নায্য প্ৰাপ্তিৰ দাবীত আটছাৰ...
કોર્ટનો મોટો નિર્ણય, સોશિયલ મીડિયા પર અપમાનજનક ટિપ્પણી પર લાગૂ થશે SC/ST એક્ટ
જો તમે સોશિયલ મીડિયા પર એક્ટિવ છો તો આ સમાચાર તમારા માટે ખૂબ જ મહત્વપૂર્ણ છે. કેરળ હાઈકોર્ટે...
Breaking News: PM Modi के अमेरिकी दौरे से पहले Newyork में स्वामीनारायण मंदिर में तोड़फोड़ | Aaj Tak
Breaking News: PM Modi के अमेरिकी दौरे से पहले Newyork में स्वामीनारायण मंदिर में तोड़फोड़ | Aaj Tak
Tata Altroz के 2 नए वेरिएंट हुए लॉन्च, 9 लाख रुपये की शुरुआती कीमत पर अब मिलेंगे ये नए फीचर्स
टाटा अल्ट्रोज अब दो नए ट्रिम्स - XZ LUX और XZ+S LUX में उपलब्ध है जबकि टॉप-स्पेक XZ+ OS में पहले...